• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

Nation NE by Nation NE
June 4, 2025
in Top News, অসম
0 0
গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
Share on FacebookShare on TwitterWhatsApp

বুধবাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেলৰ জৰিয়তে সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি

এই আঁচনিৰ জৰিয়তে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰা গৱেষক সকলে লাভ কৰিব ২৫ হাজাৰ টকাৰ এককালীন সাহায্য। ইয়াৰ উপৰি এই আঁচনিৰ জৰিয়তে দিব্যাংগ গৱেষকসকলে লাভ কৰিব ৪০ হাজাৰ টকাকৈ সাহায্য।

আনহাতে এতিয়াৰ পৰা সম জিলাৰ আৰক্ষী অধীক্ষক সকলক জনা যাব CDSP হিচাপে। আৰক্ষী অধীক্ষকসকলক এতিয়াৰে পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিছাপে জনা যাব।

ইফালে BTR ৰ বাবে ৮৪৩ কোটি টকা পুঁজিৰ অনুমোদন।

ইয়াৰ উপৰি শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বিশ্ববিদ্যালয়খনত প্রযুক্তিগত ধাৰণাক গুৰুত্ব দিয়াৰ সিদ্ধান্ত লয় আজিৰ কেবিনেটে।

একেদৰে ডিমা হাচাও জিলাৰ ৫টা পথ নিৰ্মাণৰ কাৰণে পুঁজিৰ অনুমোদন জনায়। ইয়াৰ উপৰি ডিমা হাচাওৰ ৫টা পথ ৰাষ্ট্রীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আন এক সিদ্ধান্ত অনুসৰি, সমষ্টি ভেদে ৯ জুনত প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা। এই তালিকাৰ পৰা জানিব পাৰিব কোন সমষ্টিয়ে কেতিয়া লাভ কৰিব এই অনুদান। প্ৰতিমাহে ৩০টা সমষ্টিত বিতৰণ কৰা হ’ব লাখপতি বাইদেউৰ আঁচনি।

Tags: #AssamAssam CabinetBJPKey Decision

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025