• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পৃথিৱীলৈ উভতি আহি কেনেধৰণৰ সমস্যাত ভুগিব সুনীতা আৰু উইলম’ৰ?

Nation NE by Nation NE
March 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৯ মহীয়া অপেক্ষাৰ অন্ত! ১৬ মাৰ্চত পৃথিৱীলৈ উভতিব সুনীতা-উইলমোৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুটচ উইলম’ৰ ঘূৰি আহিব পৃথিৱীলৈ। স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত উঠি পৃথিৱীলৈ উভতি আহিব সুনীতা আৰু উইলম’ৰ।

দুয়োজনেই বিগত বৰ্ষৰ ৫ জুনত কেপ কানাভেৰালৰ পৰা বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত ৰাওনা হৈছিল। দুয়োজনেই আঠদিনীয়া অভিযানত গৈছিল যদিও মহাকাশযানৰ পৰা হিলিয়ামৰ লিকেজ আৰু বেগ হেৰুৱাৰ বাবে প্ৰায় ৯ মাহ ধৰি মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থাকে।

দীৰ্ঘদিনীয়া প্ৰচেষ্টা, অপেক্ষাৰ অন্তত ১৯ মাৰ্চত স্পেচএক্সৰ ড্ৰেগন (spacex falcon 9)হাকাশযানৰ জৰিয়তে পৃথিৱীলৈ উভতিব দুয়ো। মহাকাশৰ মাইক্ৰ’গ্ৰেভিটি, বিকিৰণ আদিয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলায়। আৰু সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে মহাকাশত প্ৰায় ৩০০ দিন কটায়। মহাকাশত মাধ্যাকৰ্ষণ শক্তি আৰু তীব্ৰ বিকিৰণৰ অনুপস্থিতি মহাকাশচাৰীসকলৰ বাবে প্ৰত্যাহ্বানজনক।ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত আৰু অধিক ভয়ানক প্ৰভাৱ পৰিব।

জানো আহক ই দুয়োগৰাকী মহাকাশচাৰীৰ শৰীৰত কি প্ৰভাৱ পেলাব-

  • মহাকাশত বহু সময় থাকিলে হাড়ৰ দুৰ্বলতা, পেশীৰ সংকোচন, দৃষ্টিশক্তি হেৰুৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
  • সাধাৰণতে মহাকাশলৈ গ’লে ওজন কমি নাযায় যদিও মাধ্যাকৰ্ষণ শক্তিৰ অভাৱত শৰীৰত পৰিৱৰ্তন ঘটে। মাইক্ৰ’পাৰটিকেলৰ ফলত শৰীৰৰ তৰল পদাৰ্থ ওপৰলৈ জমা হয়, যাৰ ফলত মুখখন ফুলি যোৱা যেন দেখাব পাৰে। ইয়াৰ ফলত মহাকাশচাৰীসকলৰ শৰীৰৰ ওজন কমি যায়।
  • পৃথিৱীৰ বায়ুমণ্ডল আৰু চুম্বকীয় ক্ষেত্ৰই আমাক বিকিৰণৰ পৰা ৰক্ষা কৰে। কিন্তু মহাকাশত বিকিৰণৰ প্ৰভাৱ বেছি। ইয়াৰ ফলত ডি এন এৰ ক্ষতি হয়, যাৰ ফলত কেন্সাৰ আৰু স্নায়ুতন্ত্ৰৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে।
  • মহাকাশত দীৰ্ঘদিন থাকিলে মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰে। হতাশা, মানসিক চাপ আৰু উদ্বেগৰ সম্ভাৱনা বৃদ্ধি পোৱাটো সাধাৰণ কথা। মহাকাশচাৰীসকলে পৃথিৱীলৈ উভতি অহাৰ লগে লগে প্ৰায়ে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’বলগীয়া হয়।
Tags: butch WilmoreSpaceSunita Williams

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025