• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ লোকসভাত সৰৱ সাংসদ গৌৰৱ গগৈ

Nation NE by Nation NE
December 4, 2024
in Top News, অসম
0 0
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ লোকসভাত সৰৱ সাংসদ গৌৰৱ গগৈ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

যোৰহাটৰ সাংসদ তথা বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে আজি সংসদত অসমৰ অন্যতম ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিষয়টো উত্থাপন কৰে আৰু কেন্দ্ৰীয় চৰকাৰক বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বিষয়টো উত্থাপন কৰি সাংসদ গগৈয়ে কয় যে ৰাজ্যসভাত যোৱা ২০১৯ চনতেই বিজেপি চৰকাৰে এখন বিধেয়ক উত্থাপন কৰি অসমৰ অনুসূচিত জনজাতিসমূহৰ তালিকা সংশোধন কৰি অসমৰ ছয় জনগোষ্ঠী ক্ৰমে টাই আহোম, মৰাণ, মটক, চুটীয়া, কোঁচ ৰাজবংশী আৰু আদিবাসী/চাহ জনজাতি সকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ২০১৯ চনত যেতিয়া এই বিল ৰাজ্যসভাত অনা হৈছিল,তেতিয়া সমগ্ৰ অসমতে এই জনগোষ্ঠী সমূহৰ ৰাইজৰ মাজত এক উৎসাহৰ পৰিবেশ দেখা গৈছিল। কাৰণ দীৰ্ঘদিনীয়া দাবী এটা বাস্তৱত কাৰ্যকৰীকৰণ হ’ব বুলি ৰাইজে বহু আশা কৰিছিল।

সাংসদ গৌৰৱ গগৈয়ে লগতে কয় যে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে যোৱা ৫ বছৰে এই বিলখন ৰাজ্যসভাত বিল হৈয়েই পৰি থাকিল। ২০১৯ ৰ লোকসভা নিৰ্বাচন আহিল, বিজেপি পুনৰ ক্ষমতালৈ আহিল কিন্তু দ্বিতীয় বাৰৰ বাবে যোৱা ৫ বছৰত চৰকাৰে এবাৰলৈও কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে। ২০২৪ ত এতিয়া পুনৰ বিজেপি ক্ষমতা লৈ আহিল। কিন্তু কোনো ইতিবাচক ফলাফল নাই।

এনে পেক্ষাপটত অসমৰ ছয় জনগোষ্ঠীৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে তেওঁলোকক চৰকাৰে চূড়ান্ত প্ৰতাৰণা আৰু বিশ্বাসঘাটকতা কৰিলে! সেয়েহে কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছো যে চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ সাংবিধানিক প্ৰক্ৰিয়া খৰতকীয়া কৰক। লগতে এই কথাও ঠিক যে আমি সম্প্ৰতি জনজাতিৰ মৰ্যাদাৰে বিভিন্ন সা-সুবিধা লাভ কৰি থকা অসমৰ জনজাতীয় লোকসকলৰ সা-সুবিধাৰ তিলমানো ক্ষতি নকৰাকৈ আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনাইছো।

সাংসদ গগৈয়ে পুনৰ চৰকাৰক টানি আহবান জনাই কয় যে চৰকাৰে ২০১৯ ৰ জানুৱাৰী মাহতে ৰাজ্যসভাত উত্থাপন কৰা বিলখন গুৰুত্বসহকাৰে অগ্ৰাধিকাৰ দি আইন প্ৰণয়নৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলক। চৰকাৰে জনজাতিকৰণৰ কাৰ্যকৰীকৰণত অতি বিলম্ব কৰাৰ বাবে অসমৰ লক্ষ লক্ষ খিলঞ্জীয়া জনগণৰ জীৱন ধাৰণত বিৰূপ প্ৰভাৱ পৰিছে।

ইয়াৰ উপৰি, ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত ৰাজ্যসভাত উত্থাপন কৰা সংবিধান (১২৫ সংশোধনী) বিধেয়কখন গৃহীত হোৱাত বিলম্ব হোৱাৰ কথাও উল্লেখ কৰে। যিখন বিলৰদ্বাৰা জিলা কাউন্সিল, গাঁও কাউন্সিল আৰু পৌৰ কাউন্সিল সমূহ শক্তিশালী কৰি অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহৰ স্বায়ত্তশাসন ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা কৈছিল। সেয়েহে উত্তৰ-পূবৰ আৰ্থ-সামাজিক উত্তৰণৰ লগত জড়িত এই বিল দুখনক অগ্ৰাধিকাৰ ভিত্তিত খৰতকীয়াকৈ আইনত পৰিণত কৰিবলৈ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

Tags: Gaurav GogoiLok SabhaSix CommunitiesST Status

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025