• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক’লা বেণ্ডৰ সৈতে মৌনতা… পেহেলগাম কাণ্ডৰ পিছত স্তম্ভিত আই পি এল

Nation NE by Nation NE
April 23, 2025
in Top News, ক্ৰীড়া
0 0
ক’লা বেণ্ডৰ সৈতে মৌনতা… পেহেলগাম কাণ্ডৰ পিছত স্তম্ভিত আই পি এল
Share on FacebookShare on TwitterWhatsApp

চলিত আই পি এল ছিজনৰ ৪১ সংখ্যক মেচখনত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈসকলে ক’লা বেণ্ড পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হৈছে। টছৰ পিছত দুয়োটা দলে খেল আৰম্ভ হোৱাৰ পূৰ্বে কেইমিনিটমান মৌনতা অৱলম্বন কৰে। খেলুৱৈসকলৰ লগতে ষ্টেডিয়ামত উপস্থিত থকা সকলো দৰ্শকেও এই সময়ছোৱাত মৌনতা অৱলম্বন কৰিছিল।

খেলুৱৈসকলৰ উপৰি মন্তব্যকাৰী, ক্ৰিকেট বিশেষজ্ঞ আৰু আম্পায়াৰসকলেও ক’লা বেণ্ড পিন্ধা দেখা গৈছিল।

আজিৰ মেচখনত টছত জয়ী হৈ হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়। তেওঁ কয়, ‘প্ৰথমে মই সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি মোৰ শোক প্ৰকাশ কৰিব বিচাৰো। আমি এটা দল আৰু ফ্ৰেঞ্চাইজি হিচাপে এনে যিকোনো আক্ৰমণক গৰিহণা দিওঁ।’

ইফালে হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে কয়, ‘এয়া আমাৰ বাবেও হৃদয়বিদাৰক, আমাৰ সমবেদনা ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে।’ আইপিএলৰ তৰফৰ পৰা এই দুয়োজন খেলুৱৈৰ মন্তব্যৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

ইফালে আজিৰ মেচখনৰ পূৰ্বেই আই পি এলে স্পষ্ট কৰি দিছিল যে আজিৰ মেচখনত নাথাকিব চিয়াৰলিডাৰ্ছ। নাথাকিব কোনো ধৰণৰ আতচবাজী।

উল্লেখ্য যে, মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত নৰপিশাচৰূপী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ২৮ জন পৰ্যটকৰ মৃত্যু হৈছে। এই ঘটনাক লৈ বিশ্বৰ প্ৰায়বোৰ দেশে ইয়াক কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে।

Tags: IPLJammu and Kashmirpahalgam

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025