• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, July 21, 2025
30 °c
Guwahati
31 ° Tue
32 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আই পি এলৰ সফল সমাপ্তিৰ পিছতেই মেচ ফিক্সিঙত দোষী সাব্যস্ত হ’ল এইগৰাকী ক্ৰিকেটাৰ

      Nation NE by Nation NE
      June 5, 2025
      in Top News, ক্ৰীড়া
      0 0
      আই পি এলৰ সফল সমাপ্তিৰ পিছতেই মেচ ফিক্সিঙত দোষী সাব্যস্ত হ’ল এইগৰাকী ক্ৰিকেটাৰ
      Share on FacebookShare on TwitterWhatsApp

      বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় টি-২০ লীগ আই পি এলৰ সফল সমাপ্তিৰ পিছতেই পোহৰলৈ আহিছে মেচ ফিক্সিঙৰ ঘটনা। মিচে ফিক্সিঙৰ ঘটনাত সাঙোৰ খাইছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সচিত্ৰ সেনানায়কেৰ নাম। লংকা প্ৰিমিয়াৰ লীগৰ সময়ত সতীৰ্থ খেলুৱৈক মেচ ফিক্সিঙৰ বাবে উচটোৱাৰ অভিযোগত সেনানায়কেক হম্বনটোটা উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰিছে।

      এই ঘটনাটো ২০২০ চনৰ আৰু সেনানায়কেৰ ওপৰত অভিযোগ উত্থাপিত হৈছিল যে তেওঁ লংকা প্ৰিমিয়াৰ লীগৰ সময়ত দুগৰাকী সতীৰ্থ খেলুৱৈক মেচ ফিক্সিঙৰ বাবে উচটনি যোগাইছিল।

      এই গুৰুতৰ অভিযোগত সেনানায়কেক ২০২০ চনত গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁ এই সকলোবোৰ অভিযোগ খণ্ডন কৰিছিল। ২০২০ চনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পিছত জামিনত তেওঁ মুক্ত হয়। নতুন আইনৰ অধীনত এইটোৱে প্ৰথম কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ মেচ ফিক্সিঙৰ অভিযোগত দোষী সাব্যস্ত হৈছে।

      এই গুৰুতৰ অভিযোগত দোষী সাব্যস্ত হোৱা সেনানায়কেই ভাৰতীয় মূল্যত প্ৰায় ২.৮৫ কোটি টকা জৰিমনা ভৰিব লাগিব আৰু লগতে ১০ বছৰ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।

      নিজৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত সেনানায়কেই শ্ৰীলংকাৰ হৈ ২০১২ চনৰ পৰা ২০১৬ চনলৈকে এখন টেষ্ট, ৪৯ খন এদিনীয়া আৰু ২৪ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এদিনীয়া ক্ৰিকেটত তেওঁ ৫৩টা আৰু টি-২০ত ২৫টা উইকেট দখল কৰিছিল।

      উল্লেখ্য যে, সেনানায়কেই ২০১৩ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈও আই পি এল খেলিছিল। সেইটো ছিজনত ৮ খন মেচ খেলি ৯টা উইকেট লাভ কৰিছিল।

      Tags: #cricketMatch FixingSachithra SenanayakeSri Lanka

      Related Posts

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…
      Top News

      July 21, 2025
      ১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…

      ২০৩০ চনৰ ভিতৰত এই দেশৰ লোকে হাহাকাৰ কৰিব লাগিব এটোপাল পানীৰ বাবে! ভয়ংকৰ প্ৰতিবেদন ওলাইছে…

      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Top News

      অতি নিষ্ঠুৰ! খাদ্যৰ বাবে শাৰী পাতি থকা লোকৰ ওপৰত আক্ৰমণ, ৬৭ জন পেলেষ্টাইনী লোকৰ মৃত্যু

      July 21, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      July 21, 2025
      হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য
      Top News

      হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

      July 20, 2025

      শীৰ্ষ সংবাদ

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      ১১ মিনিটত ৭টা বি*স্ফো*ৰণে জোকাৰি যায় মুম্বাই চহৰ! ১২জনক দোষমুক্ত বম্বে উচ্চ ন্যায়ালয়ৰ…

      ২০৩০ চনৰ ভিতৰত এই দেশৰ লোকে হাহাকাৰ কৰিব লাগিব এটোপাল পানীৰ বাবে! ভয়ংকৰ প্ৰতিবেদন ওলাইছে…

      অতি নিষ্ঠুৰ! খাদ্যৰ বাবে শাৰী পাতি থকা লোকৰ ওপৰত আক্ৰমণ, ৬৭ জন পেলেষ্টাইনী লোকৰ মৃত্যু

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist