• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বাংলাদেশত হিন্দুৰ বিক্ষোভ; ঢাকেশ্বৰী মন্দিৰৰ সুৰক্ষাত মুছলমান!

      Nation NE by Nation NE
      August 12, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      বাংলাদেশত হিন্দুৰ বিক্ষোভ; ঢাকেশ্বৰী মন্দিৰৰ সুৰক্ষাত মুছলমান!

      ঢাকেশ্বৰী মন্দিৰৰ ফাইল ফটো।

      Share on FacebookShare on TwitterWhatsApp

      শ্বেখ হাছিনাৰ পদত্যাগ আৰু দেশ ত্যাগৰ পিছতো চুবুৰীয়া বাংলাদেশলৈ ঘূৰি অহা নাই শান্তি। বৈষম্য বিৰোধী আন্দোলনৰ সুযোগ লৈ একাংশ উগ্ৰ মুছলমান দুৰ্বৃত্তই সংখ্যালঘু হিন্দু, খ্ৰীষ্টানৰ লগতে বৌদ্ধ লোকৰ ওপৰত অব্যাহত ৰাখিছে উৎপীড়ন আৰু লুটপাত।

      ৰাজনৈতিক অস্থিৰতাৰ অচিলাৰে একাংশ নৈৰাজ্যবাদীয়ে চলোৱা সন্ত্ৰাসৰ বিৰুদ্ধে এইবাৰ ঐক্যবদ্ধ হৈছে বাংলাদেশৰ সংখ্যালঘু সমাজ। বাংলাদেশত আছে মাত্ৰ ৮% হিন্দু। এই বাংলাদেশতে হিন্দুসকলৰ পৰম আস্থা আৰু বিশ্বাসৰ এক প্ৰাচীন অলৌকিক মন্দিৰ বিৰাজমান। সেই মন্দিৰটো হৈছে ঢাকেশ্বৰী মন্দিৰ।

      বাংলাদেশৰ নগন্য হিন্দুৰ বাবেই নহয়, এই মন্দিৰ সমগ্ৰ বিশ্বৰ হিন্দুসকলৰ বাবে এক পবিত্ৰ তীৰ্থস্থান। এই মন্দিৰৰ মাহাত্ম্যৰ বাবেই বাংলাদেশত পৰ্যটনৰ গুৰুত্ব আছে।

      কিন্তু বিগত কিছুদিনৰ পৰা চাকৰি সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত আৰম্ভ হোৱা ব্যাপক প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে ঢাকেশ্বৰী মন্দিৰলৈ পৰ্যটকৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ তথ্য আহিছে।

      এই সন্দৰ্ভত মন্দিৰৰ মুখ্য পুৰোহিত তপন চক্ৰৱৰ্তীয়ে খেদ প্ৰকাশ কৰি কয় যে বৰ্তমান এই মন্দিৰটো কিছু মুছলমান লোকে সুৰক্ষা প্ৰদান কৰি আছে। লগতে কিছু সংখ্যক হিন্দু লোকেও মন্দিৰৰ সুৰক্ষাৰ বাবে তৎপৰ হৈছে।

      পৰিস্থিতি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবৰ বাবে পুৰোহিতজনে প্ৰাৰ্থনা কৰি কয় যে আমি এনে পৰিস্থিতি কেতিয়াও নিবিচাৰো। এই দেশত হিন্দুৰ সংখ্যা কম হ’লেও মুছলমান আৰু হিন্দুৰ সম অধিকাৰ থকাটো আমি বিচাৰো। মন্দিৰৰ সুৰক্ষাৰ দায়িত্ব কোনো আন সম্প্ৰদায়ৰ নহয়। এই সুৰক্ষা দিয়াৰ দায়িত্ব কেৱল চৰকাৰৰ হে আছে।

      Tags: BangladeshDhakaDhakeshwariHindu Temple

      Related Posts

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক
      Top News

      July 23, 2025
      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…
      Top News

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      July 23, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025
      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      শীৰ্ষ সংবাদ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      ৮৪টা বলত ধুমুহাময় শতকৰে ইংলেণ্ডত ইতিহাসৰ সৃষ্টি কৰিলে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে, কিন্তু…..

      কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি? জগদীপ ধনখড়ৰ পদত্যাগৰ পিছত এই নামসমূহক লৈ চৰ্চা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist