• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এগৰাকী ছাত্ৰীৰ সফলতাত উৎফুল্লিত হাজোৰ এখন গাঁও

Nation NE by Nation NE
May 1, 2025
in Top News
0 0
এগৰাকী ছাত্ৰীৰ সফলতাত উৎফুল্লিত হাজোৰ এখন গাঁও
Share on FacebookShare on TwitterWhatsApp

এগৰাকী ছাত্ৰীৰ সফলতাত উৎফুল্লিত এখন গাঁও। পূৰ্বৰ হাজো সমষ্টি আৰু বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ জাপিয়া গাঁৱৰ ৰাইজ এতিয়া আনন্দত আত্মহাৰা। কিয়নো সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত গাঁওখনৰ পৰা সুখ্যাতিৰে উজলিবলৈ সক্ষম হৈছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ এগৰাকী ছাত্ৰী।

মেধাবী ছাত্ৰী দীপামণি দাসে সমগ্ৰ জাপিয়া অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, লোকৰ ঘৰত দিন হাজিৰা কৰি নিজৰ কন্যাক শিক্ষাৰ দিশত আগুৱাই লৈ যোৱাৰ চুড়ান্ত হেপাঁহ পুহি ৰাখিছিল পিতৃ হৰেশ্বৰ দাসে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ কলা শাখাত ৮০ শতাংশ নম্বৰেৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে দীপামণিয়ে।

অঞ্চলবাসীৰ বাবে কঢ়িয়াই অনা এই সফলতাত দীপামণিক গাঁওবাসীয়ে গামোচা পিন্ধাই, মিঠাই খুৱাই শুভেচ্ছা জ্ঞাপন কৰে।

Input : মিণ্টু কলিতা

Tags: #ExamHajoHS

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025