• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সূৰ্যকুমাৰ যাদৱৰ বিশেষ কৃতিত্ব; আই পি এল ইতিহাসত এই অভিলেখ গঢ়া প্ৰথমজন ক্ৰিকেটাৰ

Nation NE by Nation NE
May 2, 2025
in Top News, ক্ৰীড়া
0 0
সূৰ্যকুমাৰ যাদৱৰ বিশেষ কৃতিত্ব; আই পি এল ইতিহাসত এই অভিলেখ গঢ়া প্ৰথমজন ক্ৰিকেটাৰ
Share on FacebookShare on TwitterWhatsApp

প্ৰায় ১৩ বছৰৰ মূৰত মুম্বাই ইণ্ডিয়ানছ দলে ৰাজস্থান ৰয়েলছ দলক জয়পুৰত পৰাস্ত কৰিবলৈ সক্ষম হ’ল। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মেচখনত ৰোহিত শৰ্মা আৰু ৰিকলটনৰ অৰ্ধশতীয় ইনিংছৰ পিছত অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক ইনিংছৰ সহায়ত প্ৰথমে বেট ধৰি ২১৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে ৰাজস্থান ৰয়েলছক।

বিশাল লক্ষ্যৰ পিছা কৰিবলৈ অহা ৰাজস্থান ৰয়েলছ দলৰ আৰম্ভণি সুখকৰ নাছিল। এজনৰ পিছত আন এজন বেটাৰৰ শোচনীয় প্ৰদৰ্শনৰ বাবেই নিজৰ ঘৰৰ মাটিতে ১০০ ৰানত পৰাজয়বৰণ কৰিবলগীয়া হয় মেচখন। এই পৰাজয়ৰ লগে লগে প্লেঅফৰ দৌৰৰ পৰাও বাহিৰ হয় ৰাজস্থান ৰয়েলছ।

এই মেচখনত মুম্বাই ইণ্ডিয়ানছৰ ২৩টা বলত ৪৮ ৰানৰ ইনিংছ খেলা সূৰ্যকুমাৰ যাদৱৰ নামত সংযোজন হৈছে এক বিশেষ অভিলেখ। সূৰ্যকুমাৰৰ নামত সংযোজন হোৱা এই অভিলেখ আই পি এল ইতিহাসত আন কোনো ক্ৰিকেটাৰৰ নামত নাই।

উল্লেখ্য যে, চলিত আই পি এল ছিজনৰ আটাইকেইখন মেচ (১১ খন)ত ২৫ বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলা একমাত্ৰ ক্ৰিকেটাৰত পৰিণত হ’ল যাদৱ। এই ক্ষেত্ৰত সূৰ্যকুমাৰে ভংগ কৰে ৰবিন উথাপ্পাৰ অভিলেখ। উথাপ্পাই ২০১৪ চনত একেৰাহে ১০টা ইনিংছত ২৫ বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলিছিল।

ইয়াৰ উপৰি ষ্টিভ স্মিথে ২০১৬ চনত ৯ বাৰ, ২০২৪ চনত বিৰাট কোহলীয়ে ৯ বাৰ আৰু ছাই সুদৰ্শনে ২০২৩ চনত একেৰাহে ৯ বাৰ ২৫ বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলিছিল।

উল্লেখ্য যে, চলিত ছিজনত এই পৰ্যন্ত সূৰ্যকুমাৰ যাদৱে ২৯, ৪৮, ২৭*, ৬৭, ২৮, ৪০, ২৬, ৬৮*, ৪০*, ৫৪, ৪৮* ৰানৰ ইনিংছ খেলিছে। সৰ্বাধিক ৰানৰ সৈতে তেওঁৰ ওচৰত আছে অৰেঞ্জ কেপ। এই পৰ্যন্ত যাদৱে ১১টা ইনিংছত ৪৭৫ ৰান সংগ্ৰহ কৰিছে।

Tags: IPLMumbai IndiansSuryakumar Yadav

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025