• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 17, 2025
29 °c
Guwahati
30 ° Fri
30 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

      Nation NE by Nation NE
      July 17, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ
      Share on FacebookShare on TwitterWhatsApp

      মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ইজৰাইলে ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত বৃহৎ বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ মূল লক্ষ্য আছিল ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়। দক্ষিণ ছিৰিয়াত কৰ্মৰত ছিৰিয়াৰ সেনাৰ ইউনিটতো আক্ৰমণ কৰা হয়।

      এই সন্দৰ্ভত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, যদি ছিৰিয়াৰ সেনাই ড্ৰুজ সম্প্ৰদায়ক আক্ৰমণ কৰা বন্ধ নকৰে তেন্তে তেওঁলোকৰ ওপৰত ধ্বংসলীলা অব্যাহত থাকিব। উল্লেখ্য যে, দক্ষিণ ছিৰিয়াৰ ছুৱাইডা চহৰত ড্ৰুজ যোদ্ধা আৰু ছিৰিয়াৰ সেনাৰ মাজত তীব্ৰ সংঘৰ্ষ চলি আছে। এই পৰ্যন্ত শ শ লোকৰ মৃত্যু হৈছে। চৰকাৰী সেনাই ড্ৰুজ লোকক নিৰ্মমভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ড্ৰুজ নেতাগৰাকীয়ে। ছিৰিয়া চৰকাৰে দাবী কৰিছে যে এই হিংসাত্মক পৰিস্থিতি অপৰাধী চক্ৰৰ দ্বাৰা সংঘটিত হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনসমূহে ইয়াক সন্দেহৰ দৃষ্টিৰে চাইছে।

      ড্ৰুজ সম্প্ৰদায় এটা বিশেষ সংখ্যালঘু গোট। যি আৰব মূলৰ, কিন্তু তেওঁলোকে ইছলাম বা ইহুদী ধৰ্মত বিশ্বাস নকৰে। একাদশ শতিকাৰ আশে-পাশে তেওঁলোকে মিচৰত বাস কৰিছিল। তেওঁলোকৰ ধৰ্ম হিন্দু, বৌদ্ধ আৰু অন্যান্য বিশ্বাসৰ মিশ্ৰণ।

      ড্ৰুজ সম্প্ৰদায়ৰ প্ৰায় ৭ লাখ লোক ছিৰিয়াত বাস কৰে। ইজৰাইলত তেওঁলোকৰ সংখ্যা প্ৰায় ১.৫ লাখ। লেবানন, জৰ্ডানতো ড্ৰুজ সম্প্ৰদায়ৰ বহু সংখ্যক লোক আছে। প্ৰায় ২৯ হাজাৰ ড্ৰুজ গোলান হাইটছত বাস কৰে। ইজৰাইলৰ ড্ৰুজ নাগৰিকসকলেও ইজৰাইলৰ সেনাবাহিনীত সেৱা আগবঢ়ায়।

      আমেৰিকাৰ বিশেষ দূত টম বেৰেকে কয় যে, আমেৰিকাই ছুইডাত সাধাৰণ নাগৰিকৰ ওপৰত হোৱা হিংসাক কঠোৰভাৱে গৰিহণা দিছো। সকলো পক্ষই পিছুৱাই গৈ অৰ্থপূৰ্ণ আলোচনাত লিপ্ত হ’ব লাগে। আমেৰিকাই স্পষ্ট কৰি দিছে যে সাধাৰণ নাগৰিক আৰু সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰা উচিত। অপৰাধীক জবাবদিহি কৰিব লাগে। যথাসম্ভৱ সোনকালে যুদ্ধবিৰতি কাৰ্যকৰী কৰিব লাগে।

      Tags: IsraelPLANE ATTACKSyria

      Related Posts

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!
      Top News

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

      July 17, 2025
      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য
      Top News

      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য

      July 17, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

      July 17, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      July 17, 2025
      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে
      Top News

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

      July 16, 2025
      ভাৰতীয় ফুটবলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী! ISL বন্ধ হোৱাক লৈ দুখ শীৰ্ষ ষ্ট্ৰাইকাৰগৰাকীৰ

      শীৰ্ষ সংবাদ

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ!

      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য

      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

      ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist