• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      তামিলনাডু চৰকাৰে ৰচিলে ইতিহাস; ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনেই আইন হ’ল ১০ বিধেয়ক

      Nation NE by Nation NE
      April 12, 2025
      in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
      0 0
      তামিলনাডু চৰকাৰে ৰচিলে ইতিহাস; ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনেই আইন হ’ল ১০ বিধেয়ক
      Share on FacebookShare on TwitterWhatsApp

      দেশত প্ৰথমবাৰৰ বাবে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনে আইনত পৰিণত হ’ল বিধেয়ক। এই ঐতিহাসিক ঘটনা সংঘটিত হৈছে তামিলনাডুত। তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে বিধেয়ক অনুমোদন নজনোৱাৰ গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ পিছতেই এই নজিৰবিহীন ঘটনা সংঘটিত হয়।

      গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এছ বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে এই বিধেয়কসমূহ আইনত পৰিণত হোৱাৰ নিৰ্দেশ প্ৰদান কৰে।

      উল্লেখ্য যে, তামিলনাডুৰ ১০খন বিধেয়ক ৰাজ্যপালৰ অনুমোদনৰ বাবে কেইবামাহো অপেক্ষা কৰাৰ পিছত উপায়হীন হৈ ডি এম কে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সেই গোচৰত উচ্চতম ন্যায়ালয়ে ৰাজ্যপালক বিধেয়ক গৃহীত কৰিবলৈ নিৰ্দিষ্ট নিৰ্দেশ দিয়ে।

      ইয়াৰ উপৰি কোনো বিধেয়ক আইনত পৰিণত হ’ব নে নহয় সেই সন্দৰ্ভতো ৰাষ্ট্ৰপতিৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰে উচ্চতম ন্যায়ালয়ে। দেশত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিক সময়সীমাসহ ৰাজ্যিক বিধেয়কত স্বাক্ষৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

      উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে তামিলনাডু চৰকাৰে এক অধিসূচনা জাৰি কৰি ১০খন বিধেয়কক আইন হিচাপে ঘোষণা কৰে। ফলত দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ নোহোৱাকৈ কোনো আইন প্ৰণয়ন কৰা হয়। এই আইনসমূহৰ ভিতৰত বিশ্ববিদ্যালয় সম্পৰ্কীয় কেইবাখনো আইন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি সংশোধনী আইনো আছে।

      উল্লেখ্য যে, দীৰ্ঘদিন ধৰি তামিলনাডু চৰকাৰ আৰু ৰাজ্যপালৰ মাজত চলি থকা সংঘাত সৰ্বজনবিদিত। এই সংঘাতৰ বাবেই তামিলনাডু বিধানসভাই গৃহীত কৰা বিধেয়কসমূহে ৰাজ্যপালৰ অনুমোদন লাভ কৰা নাছিল।

      Tags: ActSupreme CourtTamil Nadu

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist