• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
24 °c
Guwahati
24 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তামিলনাডুৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণত ৫ জনৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
July 1, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
তামিলনাডুৰ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণত ৫ জনৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ শিৱকাশীস্থিত এটা আতচবাজী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। আতচবাজী কাৰখানাটোত হঠাতে হোৱা বিস্ফোৰণত দুগৰাকী মহিলাকে ধৰি কমেও পাঁচজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জনাইছে।

বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে আতচবাজী কাৰখানাটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।

বিস্ফোৰণৰ পিছতেই আতচবাজী কাৰখানাটো জুইৰ লেলিহান শিখাই আৱৰি ধৰে আৰু ততাতয়াকৈ ঘটনাস্থলত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতিত নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, বিস্ফোৰণৰ পিছতেই কাৰখানাটোত সংঘটিত অগ্নিকাণ্ডত কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত লোকসকলক উদ্ধাৰ কৰি সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

সম্প্ৰতি কাৰখানাটোৰ জুই নিৰ্বাপন কৰা হৈছে যদিও উদ্ধাৰকাৰী দলে বৰ্তমান ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম কৰি আছে বুলি অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই জনায়।

শিৱকাশীৰ সমীপৰ চিন্নাকামনপট্টীস্থিত এটা ব্যক্তিগত আতচবাজী কাৰখানাত হোৱা এই কৰুণ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষী আৰু আন আন শীৰ্ষ বিষয়াসকলে তদন্ত আৰম্ভ কৰিছে।

কাৰাখানাটোত ৰাসায়নিক পদাৰ্থ মিহলোৱাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হোৱা প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে।

Tags: Firecracker FactoryTamil Nadu

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025