• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা টাটা গ্ৰুপৰ

Nation NE by Nation NE
June 12, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা টাটা গ্ৰুপৰ
Share on FacebookShare on TwitterWhatsApp

আজি গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয় যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। কিন্তু ঘটনাস্থলত থকা উদ্ধাৰকাৰী দল আৰু এজেন্সীসমূহৰ সৈতে সম্পৰ্কত আছে।

চন্দ্ৰশেখৰনে লগতে কয় যে উদ্ধাৰ আৰু সাহায্য অভিযানক প্ৰথম গুৰুত্ব প্ৰদান কৰা হৈছে আৰু বিমানখনত থকা প্ৰতিগৰাকী লোকৰ বাবে সম্ভৱপৰ সহায় আগবঢ়োৱা হ’ব।

অধ্যক্ষগৰাকীয়ে লগতে জানিব দিয়ে যে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই এয়াৰ ইণ্ডিয়াৰ ৫০ গৰাকী লোক আহমেদাবাদলৈ ৰাওনা হয়। সহায় সাহায্য আগবঢ়োৱাৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি কৰা হৈছে। বিমান পৰিবহন মন্ত্ৰীৰ সৈতেও বাৰ্তালাপ কৰা বুলি জনায়।

ইয়াৰ উপৰি এই কৰুণ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ১ কোটি টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰি দুৰ্ঘটনাত আহত লোকসকলক সকলো প্ৰকাৰৰ চিকিসা সুবিধা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে টাটা গ্ৰুপৰ পৰা।

আনহাতে দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বি জে মেডিকেল হাস্পতালখন মেৰামৰি কৰি দিয়া হ’ব বুলিও ঘোষণা কৰে।

Tags: AhmedabadAir IndiaEx-GratiaPlane CrashTata Group

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025