• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰণনীতি সাজু, মেলবৰ্ণ টেষ্টত জিকিবই টীম ইণ্ডিয়া!

      Nation NE by Nation NE
      December 25, 2024
      in Top News, ক্ৰীড়া
      0 0
      ৰণনীতি সাজু, মেলবৰ্ণ টেষ্টত জিকিবই টীম ইণ্ডিয়া!
      Share on FacebookShare on TwitterWhatsApp

      ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বক্সিং ডে’ টেষ্টলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই গুৰুত্বপূৰ্ণ খেলখনৰ বাবে ইতিমধ্যে অষ্ট্ৰেলিয়াৰ দলটোৱে নিজৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে।

      একে সময়তে টীম ইণ্ডিয়াৰ পৰা খেলখনত অংশগ্ৰহণ কৰিবলগীয়া ১১জন খেলুৱৈৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই। কিন্তু অধিনায়ক ৰোহিত শৰ্মাৰ নতুন পৰিকল্পনা নিশ্চিতভাৱে পোহৰলৈ আহিছে। WTC ফাইনেলৰ দৃষ্টিকোণৰ পৰা ভাৰতে যিকোনো মূল্যৰ বিনিময়ত এই মেচত জয়ী হোৱাটো প্ৰয়োজনীয় হৈ উঠিছে আৰু ইয়াৰ বাবে ভাৰতীয় অধিনায়কগৰাকীয়ে নিজৰ পদক্ষেপো গ্ৰহণ কৰিছে। জানো আহক তেওঁ কি কি ডাঙৰ সিদ্ধান্ত লৈছে-

      পাৰ্থ টেষ্টত উপস্থিত থাকিব পৰা নাছিল ৰোহিত শৰ্মা। পাৰ্থ টেষ্টত কে এল ৰাহুল আৰু যশস্বী জয়ছৱালৰ যুটিয়ে আচৰিত ধৰণে প্ৰদৰ্শন কৰে। সেয়ে দললৈ ঘূৰি অহাৰ সময়তো তেওঁ অ’পেনিংত কোনোধৰণৰ সালসলনি কৰা নাছিল। তেওঁ নিজেই ৬ নম্বৰত বেটিং কৰা দেখা গৈছিল।

      কিন্তু যোৱা দুখন মেচত তেওঁৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল। ৩ ইনিংছত ৬.৩৩ গড়ে মাত্ৰ ১৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এতিয়া মেলবৰ্ণৰ খেলপথাৰখন বেটিং কৰাৰ বাবে অলপ সহজ হৈ উঠিছে। এনে পৰিস্থিতিত ৰোহিতে পুনৰ নিজৰ মূল স্থানলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈছে।

      টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, যশস্বী জয়ছৱালৰ সৈতে ইনিংছ মুকলি কৰা দেখা গৈছে। প্ৰতিবেদন অনুসৰি খেলপথাৰত যদি তেওঁ আৰম্ভণিতে কিছু সময় ধৰি ৰাখিবলৈ সক্ষম হয়, তেন্তে তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিব পাৰে। আনহাতে ৰোহিতৰ ঠাইত মুকলি কৰা ৰাহুলক শুভমান গিলৰ সলনি ৩ নম্বৰত পঠিয়াব পাৰিব। অৱশ্যে অ’পেনিং কৰাৰ সময়ত ৰাহুলে এই পৰ্যন্ত ছিৰিজত অতি ভাল বেটিং কৰিছে। তেওঁ গড়ে ৪৭ ৰানত ২৩৫ ৰান সংগ্ৰহ কৰিছে, য’ত ২টা অৰ্ধশতকো অন্তৰ্ভুক্ত। ট্ৰেভিছ হেড (৪০৯ ৰান) এই শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন।

      Tags: #cricketSportsTeam India

      Related Posts

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist