• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মেলবৰ্ণ টেষ্টত শতকৰ গৃহত মহম্মদ ছিৰাজ, ভংগ হ’ল লজ্জাজনক অভিলেখ

Nation NE by Nation NE
December 27, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
মেলবৰ্ণ টেষ্টত শতকৰ গৃহত মহম্মদ ছিৰাজ,  ভংগ হ’ল লজ্জাজনক অভিলেখ
Share on FacebookShare on TwitterWhatsApp

মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বেটছমেনে যথেষ্টসংখ্যক ৰান সংগ্ৰহ কৰে। উছমান খোৱাজা, ছেম কনষ্টাছ, মাৰ্নাছ লাবুশ্বানে অৰ্ধশতক অৰ্জন কৰে। আনহাতে ষ্টিভ স্মিথে শতক অৰ্জন কৰে।

কিন্তু আকৌ এবাৰ অষ্ট্ৰেলিয়াৰ সন্মুখত অসহায় হৈ থাকিল টীম ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ চিৰাজ। মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত জস্প্ৰিত বুমৰাহে ৪টা উইকেট দখল কৰে। ৰবীন্দ্ৰ জাদেজাই তিনিটা উইকেট দখল কৰে। আকাশ দীপেও লাভ কৰে দুটা উইকেট। ৱাশ্বিংটন সুন্দৰেও এটা উইকেট দখল কৰে। কিন্তু ছিৰাজৰ উইকেটৰ স্তম্ভটো খালী হৈ থাকে। মেলবৰ্ণ টেষ্টত তেওঁ ২৩ অভাৰত এটাও উইকেট লাভ কৰিব নোৱাৰে।

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত মহম্মদ ছিৰাজে যৎপৰোনাস্তি চেষ্টা কৰি উইকেট দখল কৰিছিল যদিও কোনো সফলতা লাভ কৰিব নোৱাৰিলে। ইয়াৰ বিপৰীতে তেওঁ বহুত ৰান ব্যয় কৰে। ৫.৩০ ইকনমিৰে ১২২ ৰান দিয়ে ছিৰাজে। ইয়াৰ লগে লগে তেওঁ মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত কোনো উইকেট নোলোৱাকৈ সৰ্বাধিক ৰান ব্যয় কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে ২০১৪ চনৰ টেষ্টৰ সময়ত ঈশান্ত শৰ্মাই কোনো উইকেট নোলোৱাকৈয়ে ১০৪ ৰান ব্যয় কৰিছিল।

ভাৰতীয় বলাৰসকলে কোনো উইকেট নোলোৱাকৈ ১০০ ৰানৰো অধিক খৰচ কৰাৰ যোৱা ১০টা ঘটনা যদি চোৱা হয়, তেন্তে ছিৰাজকো তাত অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৩ চনত আহমেদাবাদ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোনো উইকেট নোলোৱাকৈ উমেশ যাদৱে ১০৫ ৰান আৰু ২০১৫ চনত ছিডনী টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১২২ ৰান দিয়ে ভুৱনেশ্বৰ কুমাৰে।

এই বিষয়ত আটাইতকৈ বেয়া পৰিস্থিতি আছিল শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ঈশান্ত শৰ্মা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ। ২০১৪ চনত ঈশান্তে ৱেলিংটন টেষ্টত কোনো উইকেট নোলোৱাকৈ ১৬৪ ৰান দিছিল। আনহাতে ২০১২ চনত অশ্বিনে কোনো উইকেট নোলোৱাকৈয়ে ছিডনী টেষ্টত ১৫৭ ৰান ব্যয় কৰিছিল।

এই ছিৰিজত ভাৰতৰ প্ৰবীণ তথা ১ নম্বৰ টেষ্ট বলাৰ যশপ্ৰীত বুমৰাহে অষ্ট্ৰেলিয়াৰ বেটছমেনৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এতিয়ালৈকে তেওঁ ৭ ইনিংছত ২৫টা উইকেট দখল কৰিছে।

এই শৃংখলাত এতিয়ালৈকে ছিৰাজে ১১টা উইকেট দখল কৰিছে, যদিও প্ৰয়োজনৰ সময়ত উইকেট লাভৰ ক্ষেত্ৰত সেয়া ফলপ্ৰসূ বুলি প্ৰমাণিত হোৱা নাই। দ্রুত বলিঙত বুমৰাহক সহযোগত সফল হ’ব পৰা নাই ছিৰাজে৷

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025