• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BCCI ৰ কঠোৰ পদক্ষেপ, মানি নচনিলে ভোগ কৰিবলগীয়া হ’ব পাৰে এই শাস্তি!

Nation NE by Nation NE
January 17, 2025
in Top News, ক্ৰীড়া
0 0
কেৱল বিৰাট কোহলী-ৰোহিত শৰ্মায়েই নহয়, এই ৫ খেলুৱৈ থাকিব টীম ইণ্ডিয়াৰ বাহিৰত!
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত বিচিচিআই একচন মোডত আহিছে  আৰু নতুন নীতি ৰূপায়ণ কৰিছে। বিচিচিআয়ে দলটোক দলটোক পুনৰ শুদ্ধ পথলৈ অনাৰ বাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

শেহতীয়াকৈ ব’ৰ্ডৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে বৈঠক অনুষ্ঠিত হয়। এই সময়ছোৱাত বহু বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

বৰ্তমান ব’ৰ্ডে খেলুৱৈসকলৰ বাবে ১০টা কঠোৰ নিয়ম কাৰ্যকৰী কৰিছে। লগতে স্পষ্ট শব্দৰে কোৱা হৈছে যে, যদি কোনোৱে এই নিৰ্দেশনা উলংঘা কৰে, তেন্তে তেওঁ কঠোৰ শাস্তিৰ বাবে সাজু হ’ব লাগিব।আনকি খেলুৱৈজনৰ কেৰিয়াৰো নষ্ট হ’ব পাৰে। অথবা ২ৰ পৰা ৩ বছৰ যে অপচয় হ’ব সেয়া নিশ্চিত।

ইয়াৰ শেহতীয়া উদাহৰণ হ’ল- ঈশান কিষাণ আৰু শ্ৰেয়াছ আয়েৰ। দুয়োৰে চুক্তি কাঢ়ি লোৱা হৈছে। ঈশান কিষান প্ৰায় ১৪ মাহ ধৰি দলৰ পৰা আঁতৰি আছে। একে সময়তে আয়াৰো কেইবামাহ পিছত দললৈ উভতি আহিছে।

ব’ৰ্ডে কয় যে, যদি কোনো খেলুৱৈয়ে এই নিয়ম মানি নচলে, তেন্তে তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। ইয়াৰোপৰি ভাৰতীয় ব’ৰ্ডে নিলম্বনৰ দৰে ব্যৱস্থাও গ্ৰহণ কৰিব। শাস্তি হিচাপে খেলুৱৈৰ মেচ মাচুল বা চুক্তিৰ মাচুল কৰ্তন কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁৰ চুক্তি বাতিলো কৰিব পাৰে।

যদি বিচিচিআইয়ে অনুভৱ কৰে যে, খেলুৱৈজনে ভুল কৰিছে, তেন্তে তেওঁক আইপিএলকে ধৰি আন যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণত বাধা প্ৰদান কৰা হ’ব পাৰে। স্পষ্টভাৱে যদি এনেকুৱা হয় তেন্তে দলত নিৰ্বাচিত হোৱাটো কঠিন হৈ পৰিব।

ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নতুন নিয়ম অনুসৰি দলত নিৰ্বাচিত হ’বলৈ প্ৰতিজন খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক হ’ব। ব্যতিক্ৰমী ক্ষেত্ৰতহে তেওঁক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব আৰু তেওঁ ইয়াৰ বৈধ কাৰণ দৰ্শাব লাগিব।

ইয়াৰ উপৰিও সকলো খেলুৱৈয়ে মেচৰ পৰা আৰম্ভ কৰি অনুশীলনলৈকে সকলো সময়তে একেলগে যাত্ৰা কৰাটো বাধ্যতামূলক কৰা হ’ব।

কোনো ধাৰাবাহিক মেচ চলি থকাৰ সময়ত ব্যক্তিগত কৰ্মচাৰী অথবা বিজ্ঞাপনৰ শ্বুটিং কৰাটোও নিষিদ্ধ কৰা হৈছে।

পৰিয়াল সন্দৰ্ভতো বিধি প্ৰস্তুত কৰিছে ব’ৰ্ডে।

Tags: CricketerSportsTeam India

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025