• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দক্ষিণ আফ্ৰিকাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক অপমান! টীম ইণ্ডিয়াৰ সন্মুখত সৃষ্টি হয় হুলস্থুলৰ

Nation NE by Nation NE
November 9, 2024
in Top News, ক্ৰীড়া
0 0
দক্ষিণ আফ্ৰিকাত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক অপমান! টীম ইণ্ডিয়াৰ সন্মুখত সৃষ্টি হয় হুলস্থুলৰ
Share on FacebookShare on TwitterWhatsApp

ডাৰবানৰ কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে প্ৰথমখন টি-২০ মেচ। এই মেচখনৰ সময়ত পোহৰলৈ আহিছিল এক ডাঙৰ বিতৰ্ক। খেলখনৰ আৰম্ভণিতে ভাৰতীয় অনুৰাগীয়ে দক্ষিণ আফ্ৰিকাত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এই ঘটনা সংঘটিত হৈছিল টছৰ পিছত।

উল্লেখ্য যে, ডাৰবানৰ কিংছমিড ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হয় এই শৃংখলা। কিন্তু প্ৰথমখন মেচৰ আৰম্ভণিতে ঘটা এক ঘটনাই ছ’চিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি কৰে। ভাৰতীয় অনুৰাগীয়ে দক্ষিণ আফ্ৰিকাই ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। ভাৰতীয় খেলুৱৈৰ সন্মুখত এই ঘটনা সংঘটিত হয়, যিয়ে সকলোকে আচৰিত কৰি তোলে।

এই খেলখনত দক্ষিণ আফ্ৰিকাৰ দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। টছৰ পিছত দুয়োটা দলে নিজ নিজ ৰাষ্ট্ৰীয় সংগীতৰ বাবে খেলপথাৰলৈ আহে। কিন্তু ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ সময়ত এটা অদ্ভুত ঘটনা দেখা গ’ল। আচলতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সময়ত কাৰিকৰী ত্ৰুটিৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰীয় সংগীত বন্ধ কৰিবলগীয়া হয়। এই ঘটনা দেখি কেৱল অনুৰাগীয়েই নহয় খেলুৱৈসকলো স্তম্ভিত হৈ পৰিল। অৱশ্যে এই সকলোবোৰৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো সম্পূর্ণ হয় আৰু তাৰ পাছত মেচ আৰম্ভ হ’ল৷

এই ঘটনাৰ পিছত ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰি দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব’ৰ্ডৰ দুৰ্বল পৰিচালনাক তীব্ৰ সমালোচনা কৰে। একাংশ অনুৰাগীয়ে ইয়াক টেকনিকেল সমস্যা বুলি অভিহিত কৰাৰ বিপৰীতে একাংশ অনুৰাগীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা বুলি কয়। অৱশ্যে এই ঘটনাৰ পিছত সময়মতে খেলখন আৰম্ভ হোৱাত টীম ইণ্ডিয়াই আচৰিত ধৰণৰ বেটিং কৰা দেখা গ’ল।

এই মেচত টীম ইণ্ডিয়াই টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰি ব’ৰ্ডত এক ভাল স্ক’ৰ অৰ্জন কৰে। ভাৰতীয় দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০২ ৰান সংগ্ৰহ কৰে। এই ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন আছিল সঞ্জু চেমছন। ৭টা চাৰি আৰু ১০টা ছয়ৰে তেওঁ ৫০টা বলত ১০৭ ৰান সংগ্ৰহ কৰে। আনহাতে, তিলক ভাৰ্মাই ১৮টা বলত ৩৩ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে দক্ষিণ আফ্ৰিকাৰ হৈ জেৰাল্ড কোট্জীয়ে সৰ্বাধিক ৩টা উইকেট দখল কৰে। মাৰ্কো জেনছন, কেশৱ মহাৰাজ, নাকাবায়মজী পিটাৰ আৰু পেট্ৰিক আৰ্ল ক্ৰুগাৰে ১টাকৈ উইকেট দখল কৰে।

Tags: #cricketSportsTeam India

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025