• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমাৰ চৰকাৰ আহিলেই ডাষ্টবিনত পেলাই দিম…. তেজস্বী যাদৱৰ ডাঙৰ মন্তব্য

Nation NE by Nation NE
April 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আমাৰ চৰকাৰ আহিলেই ডাষ্টবিনত পেলাই দিম…. তেজস্বী যাদৱৰ ডাঙৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

বহু বিতৰ্ক আৰু বিৰোধৰ পিছতো অনায়াসে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক। বিধেয়কখন গৃহীত হোৱাৰ পিছৰে পৰা দেশৰ বিৰোধী দলসমূহৰ লগতে মুছলমান লোকসকলে এই বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মোদী চৰকাৰক সমালোচনা কৰি এইবাৰ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে ডি নেতা তেজস্বী যাদৱে কয় যে আমি চৰকাৰ গঠন কৰিম আৰু তাৰ পিছতেই ইয়াক (ৱাকফ সংশোধনী বিধেয়ক) ডাষ্টবিনত পেলাই দিম।

ইয়াৰ উপৰি ৱাকফ বিলৰ সমৰ্থনত ভোটদান কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউক সমালোচনা কৰি কয় যে, বিজেপিয়ে নিৰ্বাচনৰ সময়লৈকে নীতিশ কুমাৰক নিজৰ লগত ৰাখিব। ইয়াৰ পিছত তেওঁৰ কি হ’ব, এই কথা আমাৰ লগতে বিহাৰৰ জনতাই ভালদৰে জানে।

লালু প্ৰসাদ পুত্ৰ তেজস্বী যাদৱে লগতে কয় যে বিজেপিৰ লোকসকল এশ শতাংশই সংবিধান বিৰোধী। তেওঁলোকে সদায় সমাজৰ বিভিন্ন শ্ৰেণীক লক্ষ্য কৰি সংবিধানত কুঠাৰাঘাত কৰি আহিছে।

তেওঁ লগতে কয় যে ৱাকফ সংশোধনী বিধেয়ক সংবিধান বিৰোধী। সময়ে সময়ে বিজেপি চৰকাৰে এনে প্ৰচেষ্টা চলায় যাতে মানুহৰ দৃষ্টি তেওঁলোকৰ প্ৰকৃত বিষয় যেনে দৰিদ্ৰতা, নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, প্ৰব্ৰজন, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ দুৰ্বল অৱস্থাৰ পৰা আঁতৰাই মেৰুকৰণৰ খেলত সফল হ’ব পাৰে।

উল্লেখ্য যে, দুয়োখন সদনতে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছৰে পৰা দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৱাকফ বিধেয়কক সমৰ্থন আগবঢ়াই বিপদতো পৰিছে কোনো কোনো ৰাজনৈতিক দল।

ইতিমধ্যে ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন আগবঢ়োৱা নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউ দলত ॥আৰম্ভ হৈছে বিদ্ৰোহ। ৱাকফ বিলৰ বিৰোধিতা কৰি দলটোৰ পাঁচজন মুছলমান নেতাই ইতিমধ্যেই পদত্যাগ কৰিছে। দলৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা বিদ্ৰোহ নীতিশ কুমাৰে কেনেদৰে নুমুৱাই সেয়া হ’ব লক্ষ্যণীয়।

Tags: RJDTejashwi YadavWaqf Amendment Bill

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025