• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

Nation NE by Nation NE
June 4, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এল ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ দখলৰ পাছতেই আজি কৰ্ণাটকৰ বাংলাগালুৰত আয়োজন কৰা বিজয় উৎসৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত অজস্ৰ অনুৰাগী সমবেত হোৱাৰ সময়তে সংঘটিত পদপিষ্টৰ ঘটনাত ১১ জন অনুৰাগীৰ মৃত্যু হয়।

এই ঘটনাত আন ২৫ গৰাকীৰো অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। ইফালে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

জানিব পৰা অনুসৰি, চিন্নাস্বামী ষ্টেডিয়ামৰ মূল প্ৰৱেশ দ্বাৰত এই ঘটনা সংঘটিত হৈছে।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, হাজাৰ হাজাৰ লোকে তেওঁলোকৰ প্ৰিয় দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক শুভেচ্ছা জনাবলৈ উপস্থিত হৈছিল। এই সময়তে ভিৰ নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ ফলত এই পদপিষ্টৰ ঘটনা সংঘটিত হয়।

ইফালে আহতসকলক ততাতয়াকৈ এম্বুলেঞ্চৰ জৰিয়তে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলত থকা আন লোকসকলে আহত লোকসকলক সহায় তথা উদ্ধাৰ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাই আই পি এল ২০২৫ত ঐতিহাসিক জয়ৰ পিছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে, য’ত লাখ-লাখ অনুৰাগী উপস্থিত হয়।

Tags: #StampedeChinnaswamy StadiumRCBVictory ParadeVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025