• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
29 °c
Guwahati
30 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      চেন্নাইত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰা তিলক বৰ্মাই ৰচিলে ইতিহাস

      Nation NE by Nation NE
      January 26, 2025
      in Top News, ক্ৰীড়া
      0 0
      চেন্নাইত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰা তিলক বৰ্মাই ৰচিলে ইতিহাস
      Share on FacebookShare on TwitterWhatsApp

      ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতৰ বাওঁহতীয়া বেটছমেন তিলক বৰ্মাই ৭২ ৰানৰ অপৰাজিত ইনিংছ খেলি ভাৰতক বিজয় লক্ষ্যত উপনীত কৰোৱায়। ভাৰতৰ ভূমিত তিলকৰ এইটো প্ৰথম অৰ্ধশতক। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তিলকৰ এইটো তৃতীয় অৰ্ধশতক।

      ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন মেচত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰা তিলক বৰ্মাই কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। বৰ্মাই ভংগ কৰে কোহলীৰ নামত থকা এক বিশেষ অভিলেখ।

      তিলক বৰ্মাই একেৰাহে চাৰিটা ইনিংছত অপৰাজিত হৈ থাকি সৰ্বোচ্চ ৰান সংগ্ৰহ কৰা ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয়। এই ক্ষেত্ৰত তেওঁ ভংগ কৰে কোহলীৰ অভিলেখ। তিলকে এই পৰ্যন্ত অপৰাজিতভাৱে ৪টা ইনিংছত সৰ্বমুঠ ৩১৮ ৰান সংগ্ৰহ কৰিছে।

      তিলকৰ পূৰ্বে একেৰাহে চাৰিটা ইনিংছত অপৰাজিতভাৱে বিৰাট কোহলী (২৫৮), সঞ্জু ছেমছন (২৫৭), ৰোহিত শৰ্মা (২৫৩) আৰু শিখৰ ধাৱানে (২৫২) ৰান সংগ্ৰহ কৰিছিল।

      বাওঁহতীয়া তিলক বৰ্মাৰ অপৰাজিত চাৰিটা ইনিংছ- ১৯*, ১২০*, ১০৭* আৰু ৭২*। শনিবাৰে চেন্নাইত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত তিলক বৰ্মাৰ অপৰাজিত ৭২ ৰানৰ সহায়তে ভাৰতে বিজয় লক্ষ্যত উপনীত হয়। এই জয়ৰ লগে লগে ভাৰতে শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰিছে।

      উল্লেখ্য যে, দ্বিতীয়খন মেচত ভাৰতে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ড দলে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ সৰ্বাধিক ৪৫ ৰান সংগ্ৰহ কৰে অধিনায়ক জছ বাটলাৰে। ভাৰতৰ হৈ অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২টাকৈ উইকেট লাভ কৰে।

      ইফালে বিজয়ৰ লক্ষ্যৰে বেটিং কৰিবলৈ অহা ভাৰতীয় দলৰ আৰম্ভণি মুঠেই সুখকৰ নাছিল। দলে ৭৮ ৰানতে পাঁচটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও তিলক বৰ্মাৰ দৃঢ় আৰু একাগ্ৰতাৰ বাবে অৱশেষত ২ উইকেটত ৰোমাঞ্চকৰ জয়লাভ কৰে ভাৰতে।

      তিলক বৰ্মাই চাৰিটা চাৰি আৰু পাঁচটা ছয়ৰ সহায়ত ৫৫টা বলত অপৰাজিত ৭২ ৰানৰ ইনিংছ খেলে। ইফালে ল’ৱাৰ অৰ্ডাৰত বেটিং কৰিবলৈ অহা ৱাশ্বিংটন সুন্দৰেও ২৬ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। মেচখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তিলক বৰ্মাই।

      Tags: #T20India vs EnglandTilak VarmaVirat Kohli

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025

      শীৰ্ষ সংবাদ

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist