• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      তৃণমূল কংগ্ৰেছৰ সাংসদৰ মৃত্যু; শোক প্ৰকাশ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

      Nation NE by Nation NE
      September 25, 2024
      in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
      0 0
      তৃণমূল কংগ্ৰেছৰ সাংসদৰ মৃত্যু; শোক প্ৰকাশ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ
      Share on FacebookShare on TwitterWhatsApp

      বুধবাৰে মৃত্যু হয় বছিৰহাট তৃণমূল কংগ্ৰেছৰ সাংসদ হাজী নুৰুল ইছলামৰ। তথ্য অনুসৰি নুৰুল ইছলাম দীৰ্ঘদিন ধৰি যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। উত্তৰ ২৪ পৰগনা জিলাৰ নিজা বাসগৃহত বুধবাৰে মৃত্যু হয় তৃণমূলৰ সাংসদগৰাকীৰ।

      মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। প্ৰাক্তন সাংসদ নুছৰত জাহানৰ ঠাইত বছিৰহাটৰ পৰা তৃণমূল কংগ্ৰেছে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

      হাজী নুৰুল ইছলামৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতাই এক্সৰ জৰিয়তে লিখিছে যে আমাৰ বছিৰহাটৰ সাংসদ হাজী এছ কে নুৰুল ইছলামৰ মৃত্যুৰ কথা জানি দুঃখিত। তেওঁ আছিল মোৰ গুৰুত্বপূৰ্ণ সহযোগী। সুদূৰ সুন্দৰবন অঞ্চলৰ এজন নিষ্ঠাবান সমাজকৰ্মী হিচাপে তেওঁ পিছপৰা অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ উত্থানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। বছিৰহাটৰ ৰাইজে তেওঁৰ নেতৃত্বক স্মৰণ কৰিব। তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মী সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।‘

      উল্লেখ্য যে, ২০০৯ চনত প্ৰথমবাৰৰ বাবে বছিৰহাট লোকসভাৰ আসনৰ পৰা নিৰ্বাচিত হৈছিল নুৰুল ইছলাম। ২০১৬ চনত বাছিৰহাটৰ হৰুৱা বিধান সভা সমষ্টিৰ পৰা তৃণমূলৰ টিকটত বিধায়ক নিৰ্বাচিত হৈছিল। ২০২৪ চনত দলটোৱে পুনৰবাৰ তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰি বছিৰহাটৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

      তেওঁৰ ওপৰত নেতৃত্বই দেখুওৱা আস্থাক নিৰাশ নকৰি দ্বিতীয়বাৰৰ বাবে এই আসনৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ বিজেপিৰ প্ৰাৰ্থী ৰেখা পাত্ৰক বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল।

      ইফালে এই নেতাগৰাকীৰ মৃত্যুত তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও শোকপ্ৰকাশ কৰি দলে এজন প্ৰকৃত নেতাক হেৰুওৱা বুলি মন্তব্য কৰে।

      Tags: Haji Nurul IslamMamata BanerjeePasses AwayTMC MP

      Related Posts

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ
      Top News

      July 23, 2025
      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…
      Top News

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      July 23, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025

      শীৰ্ষ সংবাদ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist