• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, August 10, 2025
28 °c
Guwahati
26 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    বিটিআৰত বিজেপিৰ ছুনামি আহিছে : মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰচাৰ অব্যাহত

    বিটিআৰত বিজেপিৰ ছুনামি আহিছে : মুখ্যমন্ত্ৰীৰ আগ্ৰাসী প্ৰচাৰ অব্যাহত

    উজনিৰ পৰা মিঞা খেদা আন্দোলনৰ গুৰি ধৰোতা শৃংখল চলিহাক সংগঠনৰ পৰা সাময়িক বিৰতি

    উজনিৰ পৰা মিঞা খেদা আন্দোলনৰ গুৰি ধৰোতা শৃংখল চলিহাক সংগঠনৰ পৰা সাময়িক বিৰতি

    বৃদ্ধি নহয় চিলিণ্ডাৰৰ মূল্য, উত্তৰ-পূবৰ বাবে বিশেষ পেকেজ… মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    বৃদ্ধি নহয় চিলিণ্ডাৰৰ মূল্য, উত্তৰ-পূবৰ বাবে বিশেষ পেকেজ… মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দৈনিক ৰাশিফল অনুসৰি জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

      Nation NE by Nation NE
      August 8, 2024
      in Top News, অসম
      0 0
      দৈনিক ৰাশিফল অনুসৰি জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মেষ- আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস অতি শক্তিশালী হ’ব, যাৰ বাবে আপুনি আপোনাৰ বহু কামত উৎসাহেৰে অংশগ্ৰহণ কৰিব আৰু সফলতা লাভ কৰিব পাৰিব। কঠোৰ পৰিশ্ৰম আৰু সঠিকভাৱে কৰা কামে লাভ কঢ়িয়াই আনিব। শুভ নম্বৰ-৩, শুভ ৰং-হালধীয়া

      বৃষ- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব, ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি সকাহ অনুভৱ কৰিব। পৰিয়ালত আপোনাৰ স্থিতি শক্তিশালী হ’ব। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া আৰু ৰঙা

      মিথুন- আজিৰ দিনটো অনুকূল দিন হ’ব। শিক্ষাৰ্থীৰ শুভ। মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে সহযোগিতা লাভ কৰিব। শুভ নম্বৰ- ৮, শুভ ৰং-নীলা

      কৰ্কট- আজি আপোনাৰ বাবে এক শক্তিশালী দিন। আপোনাৰ ব্যৱসায় শক্তিশালী হ’ব আৰু আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন ধাৰণা ৰূপায়ণ কৰিব পাৰিব। শুভ নম্বৰ- ৩, শুভ ৰং-গুলপীয়া

      সিংহ-পৰিয়ালত সুখ আৰু শান্তি বাঢ়িব। আপোনাৰ স্বাস্থ্যও ভাল হ’ব।মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ- ৫, শুভ ৰং-গুলপীয়া

      কন্যা- শিক্ষাৰ্থীৰ শুভ। আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ১, শুভ ৰং-সুমথিৰা আৰু হালধীয়া

      তুলা- আজি আপোনাৰ বাবে সুখেৰে ভৰা দিন হ’ব। পৰিয়ালৰ লোকে আপোনাক প্ৰশংসা কৰিব, যাৰ ফলত আপোনাৰ মনটো সুখী হ’ব। পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব।শিক্ষাৰ্থীৰ মনৰ অশান্তি দূৰ হ’ব। ব্যৱসায়ত স্থিতি সুস্থিৰ প্ৰেমত শুভ। শুভ নম্বৰ- ৬, শুভ ৰং-নীলা

      বৃশ্চিক-মানসিক স্বাস্থ্য উন্নত৷ নিজৰ কামৰ নিখুঁত পৰিকল্পনা কৰক, আগুৱাই যাব পাৰিব৷ অসমাপ্ত কামবোৰ সম্পন্ন হ’ব৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ লাভ৷ শাৰীৰিকভাৱে সুস্থ৷ শুভ নম্বৰ-৮, শুভ ৰং-পাজল নীলা

      ধনু- আজি এটা ভাল দিন হ’ব। কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যাব লাগিব পাৰে। চাকৰিটোত অধিক কঠোৰ পৰিশ্ৰম কৰিব, যাতে আপোনাৰ কৰ্মদক্ষতা মানুহৰ সন্মুখত উপস্থাপন কৰিব পাৰে। শুভ নম্বৰ- ২, শুভ ৰং-সুমথিৰা

      মকৰ- ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ নম্বৰ- ৪, শুভ ৰং-পাতল সেউজীয়া

      কুম্ভ- ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনাৰ উপাৰ্জনও ভাল হ’ব। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। শুভ নম্বৰ- ৩, শুভ ৰং-ৰঙা

      মীন- বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-বগা

      Tags: #AssamAstrologyDaily Hororscope

      Related Posts

      বিহাৰৰ কাটিহাৰত ধৰ্মান্তৰকৰণৰ খেল! বজৰংগ দলে কৰিলে তথ্য প্ৰকাশ
      Top News

      বিহাৰৰ কাটিহাৰত ধৰ্মান্তৰকৰণৰ খেল! বজৰংগ দলে কৰিলে তথ্য প্ৰকাশ

      August 10, 2025
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      ৫০ বছৰ বয়সতো যদি ছালখন সতেজ কৰি ৰাখিব বিচাৰে, তেন্তে খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য

      August 10, 2025
      ‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…
      Top News

      ‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…

      August 10, 2025
      SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ
      Top News

      SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ

      August 10, 2025
      অতি ৰহস্যজনক! পত্নীৰ মৃ*ত্যুৰ ১মাহ পিছত ভাৰতলৈ উভতিল স্বামী, কেৰেলা আৰক্ষীয়ে কৰিলে আটক
      Top News

      অতি ৰহস্যজনক! পত্নীৰ মৃ*ত্যুৰ ১মাহ পিছত ভাৰতলৈ উভতিল স্বামী, কেৰেলা আৰক্ষীয়ে কৰিলে আটক

      August 10, 2025
      উত্তৰাখণ্ডত দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহন; ৮ জনৰ কৰুণ মৃত্যু
      Top News

      উত্তৰাখণ্ডত ভয়াৱহ দুৰ্যোগ, ৪৮০ জনক নিৰাপদে উদ্ধাৰ, ক্ষতিগ্ৰস্তলৈ ৫ লাখ টকাৰ তাৎক্ষণিক সাহায্য ঘোষণা প্ৰশাষনৰ

      August 10, 2025

      শীৰ্ষ সংবাদ

      বিহাৰৰ কাটিহাৰত ধৰ্মান্তৰকৰণৰ খেল! বজৰংগ দলে কৰিলে তথ্য প্ৰকাশ

      ৫০ বছৰ বয়সতো যদি ছালখন সতেজ কৰি ৰাখিব বিচাৰে, তেন্তে খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য

      ‘বিগ বছ ১৯’লৈ পেহেলগাম আক্ৰমণত প্ৰাণ হেৰুওৱা নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নীলৈ অফাৰ…

      SRKৰ সাম্ৰাজ্য কিমান ডাঙৰ? বলীউডৰ বহু আঢ্যৱন্ত ৰৈছে পিছ পৰি, জানক তেওঁৰ নেট ৱৰ্থ

      অতি ৰহস্যজনক! পত্নীৰ মৃ*ত্যুৰ ১মাহ পিছত ভাৰতলৈ উভতিল স্বামী, কেৰেলা আৰক্ষীয়ে কৰিলে আটক

      উত্তৰাখণ্ডত ভয়াৱহ দুৰ্যোগ, ৪৮০ জনক নিৰাপদে উদ্ধাৰ, ক্ষতিগ্ৰস্তলৈ ৫ লাখ টকাৰ তাৎক্ষণিক সাহায্য ঘোষণা প্ৰশাষনৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP