• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দৈনিক ৰাশিফল অনুসৰি জানক কেনে যাব আপোনাৰ আজিৰ এই দিনটো

Nation NE by Nation NE
August 18, 2024
in Top News, অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ- এই ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটো আনন্দ মনে পাৰ হ’ব, শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৩

বৃষ- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য বিষন্ন হ’ব পাৰে, লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-নীলা, শুভ নম্বৰ-৬

মিথুন- এইৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন‌ সঞ্চয় বাঢ়িব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৭

কৰ্কট ৰাশি- আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ’লে আৰ্থিক দিশত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-মটিয়া, শুভ নম্বৰ-৫

সিংহ ৰাশিৰ- আজিৰ দিনটোত আপোনাৰ কিছু পুৰণি সমস্যাৰ সমাধান হোৱাৰ, কৰ্মক্ষেত্ৰত উন্নতি সাধন হ’ব লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব। শুভ ৰং-সুমথিৰা, শুভ নম্বৰ-৩কন্যা ৰাশি- এই ৰাশিৰ জাতক – জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-ৰঙা, শুভ নম্বৰ-২

তুলা ৰাশি- আজিৰ দিনটোত আপুনি ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব, ধন সম্পত্তি লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-৪

বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলে আজিৰ দিনটোত ঘৰত কিছু শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত উৎসাহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়। শুভ ৰং-নীলা, শুভ নম্বৰ-৯

ধনু ৰাশি- ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটো  আমোদ প্ৰমোদৰ মাজেৰে পাৰ হ’ব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ ব্যক্তিত্ব বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। শুভ ৰং-বেঙুনীয়া, শুভ নম্বৰ-৬

মকৰ ৰাশি- এই ৰাশি  জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য চৰ্চাত মনোনিবেশ বৃদ্ধি হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-সুমথিৰা, শুভ নম্বৰ-১

কুম্ভ ৰাশি- আজি দিনটোত আপোনাৰ মনটো সামান্য উদাস হৈ থাকিব পাৰে, মনটো সামান্য চঞ্চল হ’ব পাৰে যদিও আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৬

মীন ৰাশি- আজিৰ এই দিনটোত আপুনি ব্যৱসায়ত লাভবান হ’ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-সোণালী, শুভ নম্বৰ-৫

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025