• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাশি অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো

Nation NE by Nation NE
August 20, 2024
in Top News, অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ- এইৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন‌ সঞ্চয় বাঢ়িব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৭

বৃষ- এই ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটো আনন্দ মনে পাৰ হ’ব, শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৩

মিথুন- ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য বিষন্ন হ’ব পাৰে, লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-নীলা, শুভ নম্বৰ-৬

কৰ্কট-আজিৰ দিনটোত আপুনি ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব, ধন সম্পত্তি লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-৪

সিংহ- আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ’লে আৰ্থিক দিশত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-মটিয়া, শুভ নম্বৰ-৫

তুলা- আজিৰ দিনটোত আপোনাৰ কিছু পুৰণি সমস্যাৰ সমাধান হোৱাৰ, কৰ্মক্ষেত্ৰত উন্নতি সাধন হ’ব লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব। শুভ ৰং-সুমথিৰা, শুভ নম্বৰ-৩

কন্যা ৰাশি- এই ৰাশিৰ জাতক – জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-ৰঙা, শুভ নম্বৰ-২

বৃশ্চিক- আজিৰ এই দিনটোত আপুনি ব্যৱসায়ত লাভবান হ’ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-সোণালী, শুভ নম্বৰ-৫

ধনু- আজিৰ এই দিনটোত আপুনি ঘৰত কিছু শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত উৎসাহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়। শুভ ৰং-নীলা, শুভ নম্বৰ-৯

মকৰ-আপোনাৰ আজিৰ দিনটো  কিছু আমোদ প্ৰমোদৰ মাজেৰে পাৰ হ’ব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ ব্যক্তিত্ব বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। শুভ ৰং-বেঙুনীয়া, শুভ নম্বৰ-৬

কুম্ভ- এই ৰাশি  জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য চৰ্চাত মনোনিবেশ বৃদ্ধি হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-সুমথিৰা, শুভ নম্বৰ-১

মীন- আজি দিনটোত আপোনাৰ মনটো সামান্য উদাস হৈ থাকিব পাৰে, মনটো সামান্য চঞ্চল হ’ব পাৰে যদিও আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৬

মীন- আজিৰ এই দিনটোত আপুনি ব্যৱসায়ত লাভবান হ’ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হোৱাৰ যোগ দেখা যায়। শুভ ৰং-সোণালী, শুভ নম্বৰ-৫

Tags: #AssamAstrologyDaily Horoscope

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025