• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, September 12, 2025
29 °c
Guwahati
28 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

      Nation NE by Nation NE
      August 21, 2024
      in Top News, অসম
      0 0
      আজিৰ দিনটোৰ ৰাশিফল: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মেষ- কিছু শাৰীৰিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। ৰক্তচাপত ভোগা ৰোগীয়ে নিজৰ যত্ন ল’ব। ব্যৱসায়ত শুভ। অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব। শুভ ৰং-মটিয়া, শুভ নম্বৰ-৪

      বৃষ- আজিৰ দিনটো আপুনি কোনো বাধা নোহোৱাকৈ ভালকৈ বিশ্ৰাম কৰিব পাৰিব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ’লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল’ব পাৰে। পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক।শুভ ৰং-বগা, শুভ নম্বৰ-৩

      মিথুন- আপোনাৰ মনটো নতুন চিন্তা ধাৰাৰে পৰিপূৰ্ণ হ’ব। আপুনি যি কামেই কৰিব, তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভবান হ’ব। ঘৰুৱা বিষয় সমূহত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শুভ ৰং-সোণালী, শুভ নম্বৰ-২

      কৰ্কট- নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ’লে আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-১

      সিংহ- সামাজিক উৎসৱত সহযোগ কৰাৰ আজিৰ দিনটো আটাইতকৈ ভাল সুযোগ। যিয়ে আপোনাক কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত সংস্পৰ্শলৈ আনিব। সহকৰ্মীৰ পৰা  সহায় সহযোগ লাভ কৰিব। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮

      কন্যা- আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। স্পষ্ট ভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোতে ভয় নাখাব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৫

      তুলা- শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাসনৰ আশ্ৰয় লওক। দিনযোৰা ব্যস্ততাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সদব্যৱহাৰ কৰক। শুভ ৰং-বগা, শুভ নম্বৰ-৯

      বৃশ্চিক- আপোনাৰ প্ৰবল আত্মবিশ্বাসে দিনটোৰ কাম-কাজবোৰ সহজভাৱে সমাপ্ত কৰিবলৈ আপোনাক সময় দিব। চাকৰি প্ৰাৰ্থীৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ’ব। শুভ ৰং-নীলা, শুভ নম্বৰ-৬

      ধনু- আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ’ব। ব্যৱসায়ত উন্নতি দেখা যায়। প্ৰিয়জনৰ পৰা মানসিকভাৱে সহায়-সহযোগিতা লাভ কৰিব। শুভ ৰং-সুমথিৰা, শুভ নম্বৰ-৭

      মকৰ- আপোনাৰ কলাত্মক আৰু সৃজনাত্মক ক্ষমতাৰ বাবে সকলোৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ’ব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ দেখা যায়। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-২

      কুম্ভ- কৰ্মস্থানত সকলোৰে সহযোগিতা লাভ কৰিব। নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৮

      মীন- ব্যৱসায়ত আশানুৰূপ ফল লাভ কৰিব। অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৫

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      September 12, 2025
      গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

      September 11, 2025
      মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা
      Top News

      মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

      September 11, 2025
      ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু

      পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান

      বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…

      শীৰ্ষ সংবাদ

      আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

      গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

      মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

      ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু

      পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান

      বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist