• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
August 21, 2024
in Top News, অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ- কিছু শাৰীৰিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। ৰক্তচাপত ভোগা ৰোগীয়ে নিজৰ যত্ন ল’ব। ব্যৱসায়ত শুভ। অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব। শুভ ৰং-মটিয়া, শুভ নম্বৰ-৪

বৃষ- আজিৰ দিনটো আপুনি কোনো বাধা নোহোৱাকৈ ভালকৈ বিশ্ৰাম কৰিব পাৰিব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ’লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল’ব পাৰে। পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক।শুভ ৰং-বগা, শুভ নম্বৰ-৩

মিথুন- আপোনাৰ মনটো নতুন চিন্তা ধাৰাৰে পৰিপূৰ্ণ হ’ব। আপুনি যি কামেই কৰিব, তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভবান হ’ব। ঘৰুৱা বিষয় সমূহত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শুভ ৰং-সোণালী, শুভ নম্বৰ-২

কৰ্কট- নতুন উদ্যোগৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক আৰু প্ৰয়োজন হ’লে আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-১

সিংহ- সামাজিক উৎসৱত সহযোগ কৰাৰ আজিৰ দিনটো আটাইতকৈ ভাল সুযোগ। যিয়ে আপোনাক কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত সংস্পৰ্শলৈ আনিব। সহকৰ্মীৰ পৰা  সহায় সহযোগ লাভ কৰিব। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮

কন্যা- আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। স্পষ্ট ভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোতে ভয় নাখাব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৫

তুলা- শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিক ভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগাসনৰ আশ্ৰয় লওক। দিনযোৰা ব্যস্ততাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে, তেন্তে এই সময়ৰ সদব্যৱহাৰ কৰক। শুভ ৰং-বগা, শুভ নম্বৰ-৯

বৃশ্চিক- আপোনাৰ প্ৰবল আত্মবিশ্বাসে দিনটোৰ কাম-কাজবোৰ সহজভাৱে সমাপ্ত কৰিবলৈ আপোনাক সময় দিব। চাকৰি প্ৰাৰ্থীৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ’ব। শুভ ৰং-নীলা, শুভ নম্বৰ-৬

ধনু- আজিৰ দিনটো আৰ্থিক ভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ’ব। ব্যৱসায়ত উন্নতি দেখা যায়। প্ৰিয়জনৰ পৰা মানসিকভাৱে সহায়-সহযোগিতা লাভ কৰিব। শুভ ৰং-সুমথিৰা, শুভ নম্বৰ-৭

মকৰ- আপোনাৰ কলাত্মক আৰু সৃজনাত্মক ক্ষমতাৰ বাবে সকলোৰে পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ’ব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ দেখা যায়। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-২

কুম্ভ- কৰ্মস্থানত সকলোৰে সহযোগিতা লাভ কৰিব। নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৮

মীন- ব্যৱসায়ত আশানুৰূপ ফল লাভ কৰিব। অৰ্থপ্ৰাপ্তিৰ যোগ দেখা যায়। বিদ্যাৰ্থীৰ শুভ। শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৫

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025