• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, August 2, 2025
26 °c
Guwahati
26 ° Mon
27 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

    হাতৰ বিপৰীতে লুঙী হ’ব লাগে কংগ্ৰেছৰ প্ৰতীক : হিমন্ত বিশ্ব শৰ্মা

    তেওঁলোকৰ মিঞা লেণ্ডৰ সপোন ইয়াত পূৰণ নহ’ব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আপোনাৰ আজিৰ দিনটো, মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

      Nation NE by Nation NE
      September 5, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আপোনাৰ আজিৰ ভাগ্যফল: কি কয় ৰাশিচক্ৰই

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মেষ- আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।

      বৃষ- আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া

      মিথুন- সোনকালে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। শুভ নম্বৰ- ৪, শুভ ৰং- মটীয়া

      কৰ্কট- কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশান্তি আৰু খেলিমেলি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। শুভ নম্বৰ- ৩, শুভ ৰং- ৰঙা

      সিংহ- আজি আপোনাৰ মাজত  সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শুভ নম্বৰ- ৬, শুভ ৰং- গুলপীয়া

      কন্যা- আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।শুভ নম্বৰ- ৫, শুভ ৰং- সেউজীয়া

      তুলা- আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যাই দেখা দিব।শুভ নম্বৰ-৭, শুভ ৰং- মাখন আৰু বগা

      বৃশ্চিক- প্ৰেম প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত ভাল। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ’ব। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া

      ধনু- আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ’ব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ ফালে আকৰ্ষণ কৰিব। স্বাস্থ্যৰ যতন ল’ব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া

      মকৰ- আশাবাদী হঁওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- স্বচ্ছ আৰু গুলপীয়া

      কুম্ভ- প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ নম্বৰ- ৪, শুভ ৰং- ৰঙা

      মীন- বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং- সুমথিৰা

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      ‘অপাৰেশ্যন আখাল’; কুলগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত মৃত্যু দুজন সন্ত্ৰাসবাদী
      Top News

      August 2, 2025
      পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত ভয়ংকৰ বিস্ফোৰণ; ৫টি শিশুৰ মৃত্যু, গুৰুতৰভাৱে আহত ১২

      মহিলাৰ সৈতে কু-কাণ্ড কৰা দেৱেগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড
      Top News

      মহিলাৰ সৈতে কু-কাণ্ড কৰা দেৱেগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড

      August 2, 2025
      এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী
      Top News

      এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

      August 2, 2025
      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক
      Top News

      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক

      August 2, 2025
      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      August 2, 2025

      শীৰ্ষ সংবাদ

      ‘অপাৰেশ্যন আখাল’; কুলগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত মৃত্যু দুজন সন্ত্ৰাসবাদী

      পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত ভয়ংকৰ বিস্ফোৰণ; ৫টি শিশুৰ মৃত্যু, গুৰুতৰভাৱে আহত ১২

      মহিলাৰ সৈতে কু-কাণ্ড কৰা দেৱেগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড

      এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

      ভেণ্টিলেটেৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ; অৱস্থা সংকটজনক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist