মেষ- প্ৰতিদ্বন্দ্বিতা বাঢ়িব। ক্লান্তি আৰু দুৰ্বলতা থাকিব। স্থায়ী সম্পত্তি বৃদ্ধি পাব। শুভ ৰং-ৰঙা, শুভ নম্বৰ-৮।
বৃষ- শত্ৰুৱে ক্ষতি কৰিব পাৰে। শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। ব্যৱসায়ত আকাংক্ষিত ফল লাভ কৰিব। আয় বৃদ্ধি হ’ব। মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক।শুভ ৰং-নীলা, শুভ নম্বৰ-৬।
মিথুন- স্বাস্থ্য দুৰ্বল হৈ থাকিব। চিন্তা আৰু উত্তেজনা হ্ৰাস পাব। লেনদেনত খৰখেদা আৰু অসাৱধানতা অৱলম্বন নকৰিব। আৰ্থিক লোকচান হ’ব পাৰে।শুভ ৰং-ৰঙা, শুভ নম্বৰ-২।
কৰ্কট-সৃষ্টিশীল কামত সফল হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। চাকৰিত প্ৰভাৱ বাঢ়িব। পৰিয়ালক লৈ চিন্তা-চৰ্চা বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ ভাগ্য অনুকূল হ’ব।শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৭।
সিংহ- নেতিবাচকতা বৃদ্ধি পাব। ব্যৱসায়ত ভালবান হ’ব।লেনদেনত সাৱধান হওক। পৰিয়ালৰ লোকৰ সৈতে মতানৈক্য আৰু তৰ্ক-বিতৰ্ক হ’ব পাৰে।শুভ ৰং-ৰঙা শুভ নম্বৰ-২।
কন্যা-ব্যৱসায় বৃদ্ধি হ’ব। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰতিটো ফালৰ পৰাই আপুনি সফলতা লাভ কৰিব। সুখ বাঢ়িব। ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।শুভ ৰং-নীলা, শুভ নম্বৰ-১।
তুলা- অৰ্থনৈতিকভাৱে সবল হৈ থাকিব। কিবা ভাল খবৰে আপোনাক আনন্দিত কৰিব। আত্মসন্মান অটুট থাকিব। শুভ ৰং-নীলা, শুভ নম্বৰ-৩।
বৃশ্চিক- আজি আপুনি উৎসাহ আৰু সুখেৰে কাম কৰিব পাৰিব। কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰিলে সুখ বৃদ্ধি পাব। অনাকাংক্ষিত উপহাৰ লাভ কৰিব।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮।
ধনু- কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। কৰ্মসংস্থাপন বৃদ্ধি পাব। সামাজিক কাম কৰাৰ সুযোগ পাব পাৰে। শুভ ৰং-গুলপীয়া, শুভ নম্বৰ-৪।
মকৰ- ব্যৱসায়ত স্থিতি লাভজনক হ’ব। আয়ৰ নিশ্চয়তা থাকিব। কৰ্মস্থানত সুফল লাভ কৰিব। শুভ ৰং-বগা, শুভ নম্বৰ-৫।
কুম্ভ- প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব। বিনিয়োগ শুভ হ’ব। আয় বাঢ়িব। ব্যৱসায়ত লাভ হ’ব।শুভ ৰং-নীলা, শুভ নম্বৰ-৪।
মীন-আজি ভাগ্য আপোনাৰ অনুকূল হ’ব। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয় বাঢ়িব। চাকৰিত প্ৰভাৱ বাঢ়িব। ভাই-ভনীৰ সহযোগিতাই সুখ বৃদ্ধি কৰিব। বিপদজনক কাম-কাজ পৰিহাৰ কৰক।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৯।