• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
24 °c
Guwahati
24 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

Nation NE by Nation NE
July 29, 2025
in Top News, অসম
0 0
পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আজি আপুনি পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে। কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব। টকা ৰাহি-খৰচ ভাল হʼব। শিক্ষাৰ্থীসকলৰ বাবে শুভ।

বৃষ ৰাশি : আজি আপুনি লোকক ভয় ভীতি আৰু শাসন কৰিব। আপোনাৰ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰখা উচিত। বহুতো ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সংযোগ হʼব। আজি নতুন পৰিকল্পনা নকৰিব।

মিথুন ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব। বন্ধুৰ লগত তৰ্কত জড়িত হৈ পৰিব পাৰে। ভালপোৱা প্ৰেমৰ সম্পর্ক ভাল হʼব কিন্তু নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব।

কৰ্কট ৰাশি : নতুন বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব। বন্ধুবৰ্গৰ লগত দিনটো ভালদৰে কটাব। মানসিক চিন্তাই দেখা দিব পাৰে। সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব।

সিংহ ৰাশি : আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে। দিনটো ভাল আৰু সফলতাৰে ভৰা হʼব। আপোনাৰ পৰিশ্ৰমেৰে নিজৰ লক্ষ্যত সফল হʼব। দিনটো আপোনাৰ গ্ৰহ ভাল হয়। প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাত সফল হʼব।

কন্যা ৰাশি : স্পষ্টকৈ কওঁক যে আপুনি নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ আৰু তাক কোনেও ভঙ্গ কৰিব নোৱাৰে। তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত। শিক্ষাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো মধ্যমীয়া।

তুলা ৰাশি : কন্যা-শিশুৰ সফলতাৰ বাবে আনন্দময় দিন হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। টকা-পইচাৰ নিশ্চিতি হʼব। আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে।

বৃশ্চিক ৰাশি : আজি আপোনাৰ নতুন অধ্যয়নৰ সক্ৰিয় অনুভৱ হʼব। কার্য-ব্যৱসায়ত নিশ্চিতি নহʼব পাৰে। কিন্তু হতাশা নহʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব। সত্যৰ ভাল সফলতাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন।

ধনু ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল সফল হʼব। বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্কৰ লগত পার্টি হʼব পাৰে। আপোনাৰ প্ৰায় ভাল হʼব।

মকৰ ৰাশি : আপোনাৰ দৃঢ় নিশ্চয়তা, নিজৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত। আপোনাৰ ভাল গুণৰ কঠিন পৰিস্থিতিত সঠিক ফল লাভ হʼব। কর্ম সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ লোৱা উচিত। কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব। নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব।

কুম্ভ ৰাশি : আজি কোনো কাৰণ নাই পার্টিৰ, পার্টি হʼব পাৰে বন্ধুৰ আৰু প্ৰেমৰ সম্পর্ক লগত। আজিৰ দিনটো বিপদাশঙ্কা নহয়, আপোনাৰ প্ৰায় ভাল হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। লক্ষ্যত সফল হʼব, লাভ হʼব।

মীন ৰাশি : কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ঘৰত আপুনি কোনো সম্পৰ্ক বেয়া কৰিব পাৰে, তথাপিও আপুনি শীঘ্ৰেই সেইয়া সমাধান কৰিব আৰু ভাতৃ-ভগ্নীৰ লগত মিলি সময় কটাব।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা
Top News

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

May 14, 2026
অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026

শীৰ্ষ সংবাদ

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025