• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 2, 2026
24 °c
Guwahati
25 ° Wed
27 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
March 2, 2026
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

মেষ-প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ নম্বৰ- ৪, শুভ ৰং- ৰঙা।

বৃষ-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

মিথুন-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া।

কৰ্কট-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

সিংহ-আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব সুগন্ধিৰ দৰে চাৰিওফালে বিয়পি পৰিব। যিয়ে সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।

কন্যা-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা আৰু সোণালী।

তুলা-আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।শুভ নম্বৰ- ৫, শুভ ৰং- সেউজীয়া।

বৃশ্চিক-বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং- সুমথিৰা।

ধনু-বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আন দিনাতকৈ আজি আপোনাৰ ভালে যাব স্বাস্থ্য। বিদ্যাৰ্থীৰ বাবে শিভ। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া।

মকৰ-মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।শুভ নম্বৰ- ১, শুভ ৰং- হালধীয়া।

কুম্ভ-আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।

মীন-আজিৰ দিনটো আপোনাৰ বাবে সুখজনক নহ’ব পাৰে। পিতৃ বা মাতৃয়ে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। শিক্ষকতাৰ দৰে বৃত্তিত জড়িত লোকসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি বিনিয়োগ কৰাৰ উত্তম সময়। শুভ সংখ্যা- ৯, শুভ ৰং- শুভ্ৰ।

Related Posts

আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক
Top News

আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক

March 2, 2026
ইৰাণ-ইজৰাইল যুদ্ধৰ বাবে কি কি সামগ্ৰীত হ’ব মূল্যবৃদ্ধি? ভাৰতত কেনেধৰণে ক্ষতি কৰিব? খাৰুৱা তেলৰ যোগানো ব্যাহত হ’ব নেকি ভাৰতত?

বিমান ভ্ৰমণত ব্যাঘাত, পুনেৰ ৯০ জন ছাত্ৰৰ লগতে আৰু থানেৰ ২৩ জন আৱদ্ধ ডুবাইত

ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ,  ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ
Top News

ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ, ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ

March 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 28, 2026
Auto Draft
Top News

ইউক্ৰেইনত ৰাছিয়াৰ তীব্ৰ আক্ৰমণ, ৪২০টা ড্ৰোনৰ লগতে ৩৯টাকৈ মিছাইল নিক্ষেপ

February 27, 2026

শীৰ্ষ সংবাদ

আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ প্ৰতিশোধ ল’ব হিজবুল্লাহহে! আইডিএফে হত্যা কৰিলে শীৰ্ষ সেনাধ্যক্ষক

ইৰাণ-ইজৰাইল যুদ্ধৰ বাবে কি কি সামগ্ৰীত হ’ব মূল্যবৃদ্ধি? ভাৰতত কেনেধৰণে ক্ষতি কৰিব? খাৰুৱা তেলৰ যোগানো ব্যাহত হ’ব নেকি ভাৰতত?

বিমান ভ্ৰমণত ব্যাঘাত, পুনেৰ ৯০ জন ছাত্ৰৰ লগতে আৰু থানেৰ ২৩ জন আৱদ্ধ ডুবাইত

ইৰাণৰ নৌসেনাত আমেৰিকাৰ বিধ্বংসী ৰূপ ধাৰণ, ৯খনকৈ জাহাজ ধ্বংস কৰাৰ দাবী ট্ৰাম্পৰ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025