• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পে বিশ্বাসঘাতকতা কৰাৰ পিছত ক্ৰাউন প্ৰিন্স ছলমানৰ পৰা আশা জেলেনস্কিৰ!

Nation NE by Nation NE
March 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অন কেমেৰা জেলেনস্কিৰ বিৰুদ্ধে গৰজি উঠে আমেৰিকাৰ ৰাষ্ট্ৰপতি
Share on FacebookShare on TwitterWhatsApp

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ছৌদি আৰৱৰ জেদ্দাত পুনৰ বৈঠকত মিলিত হ’ব আমেৰিকা আৰু ৰাছিয়াৰ বিষয়া। দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনাৰ পূৰ্বে সোমবাৰে ছৌদি আৰবলৈ ৰাওনা হ’ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি। তাত তেওঁ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক লগ কৰিব।

ইয়াৰ পূৰ্বে জেলেনস্কিৰ আমেৰিকা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ তৰ্কা-তৰ্কি হৈছিল। অৱশ্যে এতিয়া জেলেনস্কিয়ে কয় যে, তেওঁ আমেৰিকাৰ পৰা ইতিবাচক সংকেত পাইছে।

ইফালে, ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ মধ্যস্থতাত বিশেষকৈ বন্দী বিনিময় চুক্তিত মহম্মদ বিন ছালমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বিগত মাহত ৰাছিয়া আৰু আমেৰিকাৰ মাজত হোৱা আলোচনাৰ আয়োজক দেশ আছিল ছৌদি আৰব। গতিকে জেলেনস্কিয়ে আশা কৰিছে যে, ক্ৰাউন প্ৰিন্স ছলমানে তেওঁক সন্মান কৰিব আৰু চুক্তিখনত নিজৰ পক্ষ উপস্থাপন কৰিব।

জেলেনস্কিৰ এই ভ্ৰমণৰ সময়তে আমেৰিকা আৰু ইউক্ৰেইনৰ মাজৰ সম্পৰ্ক ভয়ংকৰভাৱে অৱনতি ঘটিছে, তাৰ পিছত ৱাশ্বিংটনে কিয়েভৰ সৈতে সামৰিক সাহায্য আৰু চোৰাংচোৱা তথ্য ভাগ-বতৰা কৰা বন্ধ কৰি দিছে।

মহম্মদ বিন ছালমান ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বন্ধু আৰু পুটিনৰ সৈতেও তেওঁৰ ভাল সম্পৰ্ক আছে। আশা কৰা হৈছে যে এই বৈঠকৰ জৰিয়তে জেলেনস্কিক ৰাছিয়াৰ বিষয়াসকলৰ সৈতে আলোচনাত অন্তৰ্ভুক্ত কৰিব পৰা যাব বা আমেৰিকাৰ হৈ তেওঁৰ পক্ষক উপস্থাপন কৰিব পৰা যাব।

সংবাদ মাধ্যমত দিয়া এটা পোষ্টত জেলেনস্কিয়ে কয় যে, তেওঁলোকে বিশ্বাসযোগ্য আলোচনাৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ, আৰু আশা কৰে যে, তেওঁলোকে প্ৰয়োজনীয় সিদ্ধান্ত আৰু পদক্ষেপসমূহৰ ওপৰত আলোচনা কৰিব আৰু একমত হ’ব। এতিয়া লক্ষ্যণীয় হ’ব এই বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে ছৌদি ক্ৰাউন প্ৰিন্স ছলমানক লগ পোৱাটো তেওঁৰ বাবে কিমান লাভজনক হ’ব।

Tags: Saudi ArabiaTrumpZELENSKY

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025