• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পে বিশ্বাসঘাতকতা কৰাৰ পিছত ক্ৰাউন প্ৰিন্স ছলমানৰ পৰা আশা জেলেনস্কিৰ!

Nation NE by Nation NE
March 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অন কেমেৰা জেলেনস্কিৰ বিৰুদ্ধে গৰজি উঠে আমেৰিকাৰ ৰাষ্ট্ৰপতি
Share on FacebookShare on TwitterWhatsApp

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ছৌদি আৰৱৰ জেদ্দাত পুনৰ বৈঠকত মিলিত হ’ব আমেৰিকা আৰু ৰাছিয়াৰ বিষয়া। দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনাৰ পূৰ্বে সোমবাৰে ছৌদি আৰবলৈ ৰাওনা হ’ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি। তাত তেওঁ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক লগ কৰিব।

ইয়াৰ পূৰ্বে জেলেনস্কিৰ আমেৰিকা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ তৰ্কা-তৰ্কি হৈছিল। অৱশ্যে এতিয়া জেলেনস্কিয়ে কয় যে, তেওঁ আমেৰিকাৰ পৰা ইতিবাচক সংকেত পাইছে।

ইফালে, ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতৰ মধ্যস্থতাত বিশেষকৈ বন্দী বিনিময় চুক্তিত মহম্মদ বিন ছালমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বিগত মাহত ৰাছিয়া আৰু আমেৰিকাৰ মাজত হোৱা আলোচনাৰ আয়োজক দেশ আছিল ছৌদি আৰব। গতিকে জেলেনস্কিয়ে আশা কৰিছে যে, ক্ৰাউন প্ৰিন্স ছলমানে তেওঁক সন্মান কৰিব আৰু চুক্তিখনত নিজৰ পক্ষ উপস্থাপন কৰিব।

জেলেনস্কিৰ এই ভ্ৰমণৰ সময়তে আমেৰিকা আৰু ইউক্ৰেইনৰ মাজৰ সম্পৰ্ক ভয়ংকৰভাৱে অৱনতি ঘটিছে, তাৰ পিছত ৱাশ্বিংটনে কিয়েভৰ সৈতে সামৰিক সাহায্য আৰু চোৰাংচোৱা তথ্য ভাগ-বতৰা কৰা বন্ধ কৰি দিছে।

মহম্মদ বিন ছালমান ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বন্ধু আৰু পুটিনৰ সৈতেও তেওঁৰ ভাল সম্পৰ্ক আছে। আশা কৰা হৈছে যে এই বৈঠকৰ জৰিয়তে জেলেনস্কিক ৰাছিয়াৰ বিষয়াসকলৰ সৈতে আলোচনাত অন্তৰ্ভুক্ত কৰিব পৰা যাব বা আমেৰিকাৰ হৈ তেওঁৰ পক্ষক উপস্থাপন কৰিব পৰা যাব।

সংবাদ মাধ্যমত দিয়া এটা পোষ্টত জেলেনস্কিয়ে কয় যে, তেওঁলোকে বিশ্বাসযোগ্য আলোচনাৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ, আৰু আশা কৰে যে, তেওঁলোকে প্ৰয়োজনীয় সিদ্ধান্ত আৰু পদক্ষেপসমূহৰ ওপৰত আলোচনা কৰিব আৰু একমত হ’ব। এতিয়া লক্ষ্যণীয় হ’ব এই বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে ছৌদি ক্ৰাউন প্ৰিন্স ছলমানক লগ পোৱাটো তেওঁৰ বাবে কিমান লাভজনক হ’ব।

Tags: Saudi ArabiaTrumpZELENSKY

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025