• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

Nation NE by Nation NE
July 2, 2025
in Top News, অসম
0 0
ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’
Share on FacebookShare on TwitterWhatsApp

ইৰাণ-ইজৰাইলৰ পিছত এতিয়া গাজালৈ শান্তি উভতি অহাৰ উপক্ৰম হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে, ইজৰাইলে গাজাত ৬০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

অৱশ্যে ইয়াৰ বাবে কিছু চৰ্তও নিৰ্ধাৰণ কৰা হৈছে। এই বিষয় সন্দৰ্ভত হামাছকো সকীয়াই দিছে ট্ৰাম্পে। তেওঁ হামাছক পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পূৰ্বে এই চুক্তি মানি ল’বলৈ জনায়।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, তেওঁৰ প্ৰতিনিধিসকলে আজি গাজা ইজৰাইলৰ বিষয়ত ইজৰাইলৰ নেতাসকলৰ সৈতে এক দীঘলীয়া আৰু ফলপ্ৰসূ বৈঠকত মিলিত হয়। ইজৰাইলে ৬০ দিনীয়া যুদ্ধবিৰতি চূড়ান্ত কৰিবলৈ প্ৰয়োজনীয় চৰ্তসমূহৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে, য’ত আমেৰিকাই সকলো পক্ষৰ সৈতে যুদ্ধৰ অন্ত পেলাবলৈ কাম কৰিব।

৭ জুলাইত হোৱাইট হাউছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুক আতিথ্য প্ৰদান কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।‘দ্য ইজৰাইল টাইমছ’ক এই কথা নিশ্চিত কৰিছে হোৱাইট হাউছে। গাজাত যুদ্ধবিৰতি আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ বাবে ট্ৰাম্পে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।

২০২৫ চনৰ জানুৱাৰী মাহত ড’নাল্ড ট্ৰাম্পে ক্ষমতালৈ অহাৰ পিছত নেতান্যায়াহুৰ এইটোৱেই হ’ব তৃতীয়বাৰৰ বাবে হোৱাইট হাউছ ভ্ৰমণ।এই বৈঠকত গাজা আৰু ইৰাণৰ আঞ্চলিক কাৰ্যকলাপ আৰু কূটনৈতিক সম্পৰ্ক সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে অহা সপ্তাহৰ ভিতৰত গাজাত যুদ্ধবিৰতিৰ সম্ভাৱনা প্ৰকাশ কৰি সংঘাতৰ অন্ত পেলোৱাৰ ওপৰত পুনৰ মনোনিৱেশ কৰাৰ ইংগিত দিছে। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে নেতানিয়াহুৰ আমেৰিকা ভ্ৰমণ। সেই সময়ত ট্ৰাম্পে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি অনা বুলি দাবী কৰিছিল।

Tags: GAZAIsraelTrump

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025