• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কঠোৰ ট্ৰাম্প! ভাৰতলৈ ৫০% ‘ট্ৰাম্প শুল্ক’, কি হ’ব ভাৰতৰ স্থিতি?

Nation NE by Nation NE
August 11, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Share on FacebookShare on TwitterWhatsApp

বিগত কেইদিনমানৰ পৰা আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত কিছু জটিলতা আহি পৰিছে। কিয়নো  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্কৰ ওপৰত শুল্ক আৰোপ কৰিছে। প্ৰথমে ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিছিল আৰু তাৰ পিছতেই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে অতিৰিক্ত ২৫% জৰিমনা ঘোষণা কৰিছিল, যিটো মুঠতে ৫০ শতাংশ হৈ পৰিছে। ইয়াক ট্ৰাম্পে ২৭ আগষ্টৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব প্ৰকাশ কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ পিছত ভাৰতে কি পদক্ষেপ ল’ব সেই সন্দৰ্ভত বহু চৰ্চা চলিছিল। এতিয়া ভাৰতেও আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰিছে। তথ্য অনুসৰি, আমেৰিকাৰ পৰা অহা কিছু সামগ্ৰীৰ ওপৰত ভাৰতেও কৰ আৰোপ কৰিবলৈ সাজু হৈছে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি ভাৰত চৰকাৰে এই বিষয়ত গুৰুত্বসহকাৰে বিবেচনা কৰি আছে।

যদি ভাৰত চৰকাৰে এই প্ৰস্তাৱত অনুমোদন দিয়ে তেন্তে ই হ’ব আমেৰিকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমটো ডাঙৰ পদক্ষেপ। ৩১ জুলাইত ভাৰতৰ পৰা যোৱা সকলো সামগ্ৰীৰ ওপৰত ট্ৰাম্পে ২৫% কৰ আৰোপ কৰিছিল।ইয়াৰ পিছতেই ৬ আগষ্টত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু শুল্ক ৫০% লৈ বৃদ্ধি কৰিছিল।

উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহৰ পৰা তীখা আৰু এলুমিনিয়ামৰ ওপৰত কৰক লৈ বিবাদ হৈ আছে। তাৰ পিছত ট্ৰাম্প চৰকাৰে এই ধাতুবোৰৰ ওপৰত ২৫% কৰ আৰোপ কৰিলে। জুন মাহত এই কৰ ৫০% লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ ফলত ভাৰতৰ প্ৰায় ৭.৬ বিলিয়ন ডলাৰৰ ৰপ্তানিত প্ৰভাৱ পৰিছে।

এক সূত্ৰই প্ৰকাশ কৰিছে যে আলোচনাৰ জৰিয়তে ভাৰতৰ উদ্বেগ সমাধান কৰিবলৈ আমেৰিকা সাজু নহয়। গতিকে প্ৰতিশোধমূলক ব্যৱস্থা লোৱাৰ বাহিৰে ভাৰতৰ হাতত আন কোনো বিকল্প নাই। সূত্ৰৰ মতে, আমেৰিকাৰ পৰা অহা কিছু সামগ্ৰীৰ ওপৰত ভাৰতে যিমান কৰ আৰোপ কৰিব, সিমানেই আমেৰিকাই ভাৰতৰ ক্ষতিসাধন কৰিব।

আমেৰিকাই ভাৰতক ৪৫ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ সামগ্ৰী বিক্ৰী কৰে। একে সময়তে ভাৰতে আমেৰিকাক ৮৬ বিলিয়ন ডলাৰৰ সামগ্ৰী বিক্ৰী কৰিছিল যদিও নতুন কৰ আৰোপ কৰাৰ পিছত এই পৰিসংখ্যা সলনি হ’ব পাৰে। যদিহে ভাৰতে আমেৰিকাৰ ওপৰত প্ৰতিশোধ লয়, তেন্তে বাণিজ্যৰ এই ব্যৱধান আৰু অধিক বৃদ্ধি পাব পাৰে।

আচলতে ফেব্ৰুৱাৰী মাহতেই মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলি এই ব্যৱসায় ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ভাৰতৰ স্পৰ্শকাতৰ কিছু ক্ষেত্ৰত আমেৰিকাই অধিক প্ৰৱেশ বিচাৰিছিল। সেয়ে এই আলোচনা বন্ধ হৈ পৰে।

Tags: AmericaTarriffTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025