• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ শুল্কৰ পিছতেই দৃঢ় ভাৰত-চীনৰ সম্পৰ্ক! গালৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বেইজিং ভ্ৰমণ; আমেৰিকাত উত্তেজনা বৃদ্ধি

Nation NE by Nation NE
August 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ট্ৰাম্পৰ শুল্কৰ পিছতেই দৃঢ় ভাৰত-চীনৰ সম্পৰ্ক! গালৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বেইজিং ভ্ৰমণ; আমেৰিকাত উত্তেজনা বৃদ্ধি
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাই ৫০% আমদানি শুল্ক আৰোপ কৰাৰ মাজতে এই সপ্তাহত চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে আয়োজন কৰা এক সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ২০১৮ চনৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোডীৰ চীন ভ্ৰমণ। পাঁচ বছৰ পূৰ্বে হিমালয়ৰ সীমান্তত সংঘটিত হিংসাত্মক সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক নিথৰ হৈ পৰিছিল যদিও এতিয়া পৰিস্থিতি সলনি হোৱা যেন লাগে।

২০২০ চনত লাডাখৰ গালৱান উপত্যকাত দুয়োখন দেশৰ জোৱানৰ মাজত হিংসাত্মক সংঘৰ্ষ হৈছিল, য’ত ভাৰতৰ ২০ জন জোৱান আৰু চীনৰ ৪ জন জোৱান নিহত হৈছিল। এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে মোদী আৰু ছি জিনপিঙে হাত মিলাই থকা দেখা গৈছে। এই বৈঠকক অৰ্থনৈতিক স্থিতিশীলতাক অগ্ৰাধিকাৰ দিয়াৰ দিশত দেখা গৈছে।

ৰাছিয়া, পাকিস্তান, ইৰাণ আৰু মধ্য এছিয়াৰ দেশৰ নেতাসকলেও এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিব। বেইজিঙে দাবী কৰিছে যে এইখন হ’ব এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ শীৰ্ষ সন্মিলন। ভাৰতৰ উপস্থিতিয়ে ইংগিত দিয়ে যে এছিয়াৰ শক্তিসমূহৰ মাজত সম্পৰ্কৰ পৰিৱৰ্তন হৈছে।

দুয়োখন দেশৰ সীমান্তত এতিয়াও লাখ লাখ জোৱান নিয়োজিত হৈ আছে। শেহতীয়াকৈ ভাৰত-চীনে সীমান্ত বিষয়ত ১০ পইণ্টত সহমতত উপনীত হৈছে, য’ত শান্তি বজাই ৰখাটোও অন্তৰ্ভুক্ত। কিন্তু বিশেষজ্ঞ তনভি মদনে কয় যে দুয়োখন দেশৰ মাজত আস্থা এতিয়াও দুৰ্বল।

Tags: ChinaEconomyTrump

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025