• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

Nation NE by Nation NE
October 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Share on FacebookShare on TwitterWhatsApp

অহা সপ্তাহৰ শেষত তিনিদিনীয়া ভ্ৰমণৰ বাবে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙৰ আমন্ত্ৰণত গিয়েংজুত অনুষ্ঠিত হ’বলগীয়া এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা (এপেক)ৰ বৈঠকত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ছি জিনপিঙে। ২৪ অক্টোবৰত চীনে এক আনুষ্ঠানিক বিবৃতিত এই তথ্য শ্বেয়াৰ কৰে।

চীনৰ আনুষ্ঠানিক বিবৃতি অনুসৰি, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙেও এই সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব, য’ত আমেৰিকা আৰু চীনৰ মাজত বৃদ্ধি পোৱা বাণিজ্যিক উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা হ’ব বুলি আশা কৰা হৈছে।

 চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে ২৪ অক্টোবৰত দেশৰ ৰাজধানী বেইজিঙত এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত গ্য়ংজুত অনুষ্ঠিত হ’বলগীয়া ৩২ সংখ্যক এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা (এপেক) অৰ্থনৈতিক নেতা বৈঠকত অংশগ্ৰহণ কৰিব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে। ইয়াৰ বাবে অহা সপ্তাহত চীনৰ ৰাষ্ট্ৰপতিয়ে ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব।

 ইফালে, দক্ষিণ কোৰিয়াত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগন্তুক বৈঠকৰ কথা ইতিমধ্যে হোৱাইট হাউছে ঘোষণা কৰিছে। হোৱাইট হাউছে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা সপ্তাহত ৩০ অক্টোবৰত দক্ষিণ কোৰিয়াত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰিব।

ইয়াৰ উপৰিও হোৱাইট হাউছে এইটোও জনাইছে যে ট্ৰাম্প আৰু জিনপিঙৰ মাজত এই বৈঠক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এছিয়াৰ তিনিখন দেশ- মালয়েছিয়া, জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষত হ’ব।

Tags: South KoreaTrumpXi Jinping

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025