• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

Nation NE by Nation NE
January 25, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’
Share on FacebookShare on TwitterWhatsApp

কানাডাই চীনৰ সৈতে কৰা বাণিজ্যিক চুক্তিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কানাডাৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়ে। এইক্ষেত্ৰত কানাডাৰ প্ৰধানমন্ত্ৰী কাৰ্নীয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ আমেৰিকাক পৰোক্ষভাৱে সঁহাৰি জনাই এটা ভিডিঅ’ মুকলি কৰে।

প্ৰধানমন্ত্ৰী কাৰ্নীয়ে নিজৰ দেশৰ নাগৰিকক কানাডাত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। পি এম কাৰ্নীৰ এই পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়াৰ ইংগিত দিয়ে।

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ২৫ জানুৱাৰীত সামাজিক মাধ্যমত এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি দাবী কৰে যে,  কানাডাৰ অৰ্থনীতিয়ে বৰ্তমান বহিঃৰাষ্ট্ৰৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত কানাডাৰ জনসাধাৰণে কষ্টোপাৰ্জিত ডলাৰ কানাডাৰ ব্যৱসায় আৰু কানাডাৰ শ্ৰমিকত বিনিয়োগ কৰিবলৈ বাছনি কৰিছে। যাৰ বাবেকানাডাৰ নতুন চৰকাৰে কাম কৰি আছে। ইয়াৰ ভিতৰত আছে লাখ লাখ গৃহ, যিয়ে সুলভ মূল্যৰ গৃহ নিৰ্মাণ নিশ্চিত কৰিব, কানাডাৰ অৰ্থনীতিক ৰূপান্তৰিত কৰিব পৰা ডাঙৰ প্ৰকল্প আৰু নতুন সামৰিক সঁজুলি যিয়ে কানাডিয়ানৰ সাৰ্বভৌমত্বক সুৰক্ষিত কৰিব।

সামাজিক মাধ্যমৰ এটা পোষ্টত কানাডাক ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে। তেওঁ কয় যে, যদি কানাডাই চীনৰ সৈতে বাণিজ্যিক চুক্তি কৰে তেন্তে আমেৰিকাই কানাডাৰ ওপৰত ১০০% শুল্ক আৰোপ কৰিব।

ইফালে ট্ৰাম্পে কানাডাক ভাবুকি দি কয় যে, যদি কানাডাই চীনৰ সৈতে চুক্তি কৰে, তেন্তে আমেৰিকাত প্ৰৱেশ কৰা কানাডাৰ সকলো সামগ্ৰীৰ ওপৰত তৎক্ষণাত ১০০% শুল্ক আৰোপ কৰা হ’ব।

Tags: CanadaTariffTrump

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025