• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 25, 2026
24 °c
Guwahati
25 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

Nation NE by Nation NE
January 28, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত দ্ৰুতগতিত সলনি হৈছে বিশ্বৰ অৰ্থনৈতিক আৰু বাণিজ্যিক ৰাজনীতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক বৃদ্ধি, অনিশ্চিত বাণিজ্যিক স্থিতিৰ বাবে বহু ডাঙৰ দেশে বৰ্তমান আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে।

এই সময়তে এক শক্তিশালী আৰু নিৰ্ভৰযোগ্য অৰ্থনৈতিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ চীন ভ্ৰমণ এই পৰিৱৰ্তিত বিশ্ব সমীকৰণৰ চিন। ৮ বছৰৰ ভিতৰত এইটোৱেই হ’ব ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ চীন ভ্ৰমণ। এই ভ্ৰমণৰ লক্ষ্য হৈছে চীনৰ সৈতে জটিল সম্পৰ্ক মেৰামতি আৰু বাণিজ্যিক সহযোগিতা পুনৰ সজীৱ কৰা।

এক প্ৰতিবেদন অনুসৰি, ব্ৰিটেইনে এতিয়া আমেৰিকাক অনিশ্চিত অংশীদাৰ হিচাপে লয় আৰু অৰ্থনৈতিক নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰে। বৰ্তমান চীন ব্ৰিটেইনৰ চতুৰ্থ বৃহত্তম বাণিজ্যিক অংশীদাৰ, আৰু ২০২৫ চনৰ মাজভাগলৈকে দুয়োখন দেশৰ মাজত বাণিজ্য ১০০ বিলিয়ন পাউণ্ডতকৈ অধিক হ’ব বুলি প্ৰকল্প কৰা হৈছে।

 আমেৰিকাৰ ঘনিষ্ঠ মিত্ৰ কানাডাইও বৈদেশিক আৰু বাণিজ্য নীতিত বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰিছে। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ভাৰত ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে। এই ভ্ৰমণৰ সময়ত ড’নাল্ড ট্ৰাম্পে কানাডাক ৫১ সংখ্যক আমেৰিকাৰ ৰাষ্ট্ৰ ঘোষণা কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দে ডাভোছত স্পষ্টভাৱে কয় যে কানাডা কেতিয়াও আমেৰিকাৰ অংশ নহয়। লগতে কয় যে কানাডাই অহা দহ বছৰত আমেৰিকাৰ বাহিৰত ৰপ্তানি দুগুণ কৰাৰ লক্ষ্য ৰাখিছে। এই কৌশলৰ অংশ হিচাপে ভাৰত আৰু চীনক মূল অংশীদাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিও লুলা দা চিলভা ফেব্ৰুৱাৰী মাহত ভাৰত ভ্ৰমণলৈ আহিব। বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দল লৈ আহি উপস্থিত হ’ব আৰু ভাৰতীয় উদ্যোগপতিসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হ’ব। এই ভ্ৰমণে সংকেত দিয়ে যে উন্নয়নশীল আৰু উদীয়মান অৰ্থনীতিসমূহে ভাৰতক কেৱল বজাৰ হিচাপেই নহয়, কৌশলগত অৰ্থনৈতিক অংশীদাৰ হিচাপেও চাইছে।

 এই নতুন বিশ্ব মিত্ৰতা আমেৰিকাৰ বাবে অস্বস্তিকৰ হৈ পৰিছে। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে কানাডাক সস্তীয়া চীনা সামগ্ৰীৰ বিৰুদ্ধে সকীয়াই দিয়া হৈছিল। তথাপিও দেশসমূহৰ স্থিতি স্পষ্ট: এতিয়া তেওঁলোকে কৌশলগত স্বায়ত্তশাসন বিচাৰিছে আৰু কোনো একক শক্তিৰ ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰে।

Tags: brazilCanadaIndiaModiTrump

Related Posts

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড
Top News

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 25, 2026

শীৰ্ষ সংবাদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025