• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
18 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

Nation NE by Nation NE
July 25, 2025
in Top News, অসম
0 0
ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ৰাতিপুৱা ধেমাজি জিলাৰ বৰগাঁও ৰে’লৱে গেইটৰ সমীপৰ ৰে’ল ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই তথ্য প্ৰদান কৰিছে আৰক্ষীয়ে।

উদ্ধাৰ হোৱা যুৱক দুজনক উত্তম সোণোৱাল (২৭) আৰু অমিত সোণোৱাল (২৮) বুলি চিনাক্ত কৰা হৈছে। যুৱক দুজন মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ সমীপৰে এখন গাঁৱৰ বুলি জানিব দিয়ে আৰক্ষীয়ে।

ধেমাজি ৰে’লৱে ষ্টেশ্যনৰ পৰা কিছু কিলোমিটাৰ নিলগত আজি ৰাতিপুৱা প্ৰায় ৪ বজাত ৰে’লৱে আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।

ৰে’লৰ খুন্দাত যুৱক দুজনৰ মৃত্যু হৈছে নে আন কোনো লোকে হত্যা কৰি মৃতদেহ দুটা ৰে’লৱে ট্ৰেকত পেলাই থৈ গৈছে তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা জনায়।

ইফালে, অত্যধিক সুৰা পান কৰাৰ ফলত যুৱক দুজনে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ধেমাজি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলিও তেওঁ লগতে জনায়।

আনহাতে ৰে’লৱে বিভাগৰ শীৰ্ষ বিষযা এগৰাকীয় জনোৱা অনুসৰি, যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কিছু সময় পূৰ্বে সেই স্থানেৰে পাৰ হৈছিল কামৰূপ এক্সপ্ৰেছ। অৱশ্যে ৰে’লখনৰ খুন্দাতেই যুৱক দুজনৰ মৃত্যু হৈছে নে কি সেয়া নিশ্চিত নহয় ৰে’লৱে বিভাগ।

Tags: #AssamDHEMAJIRailwayRailway Tracks

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025