• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

Nation NE by Nation NE
July 25, 2025
in Top News, অসম
0 0
ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ৰাতিপুৱা ধেমাজি জিলাৰ বৰগাঁও ৰে’লৱে গেইটৰ সমীপৰ ৰে’ল ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই তথ্য প্ৰদান কৰিছে আৰক্ষীয়ে।

উদ্ধাৰ হোৱা যুৱক দুজনক উত্তম সোণোৱাল (২৭) আৰু অমিত সোণোৱাল (২৮) বুলি চিনাক্ত কৰা হৈছে। যুৱক দুজন মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ সমীপৰে এখন গাঁৱৰ বুলি জানিব দিয়ে আৰক্ষীয়ে।

ধেমাজি ৰে’লৱে ষ্টেশ্যনৰ পৰা কিছু কিলোমিটাৰ নিলগত আজি ৰাতিপুৱা প্ৰায় ৪ বজাত ৰে’লৱে আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।

ৰে’লৰ খুন্দাত যুৱক দুজনৰ মৃত্যু হৈছে নে আন কোনো লোকে হত্যা কৰি মৃতদেহ দুটা ৰে’লৱে ট্ৰেকত পেলাই থৈ গৈছে তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা জনায়।

ইফালে, অত্যধিক সুৰা পান কৰাৰ ফলত যুৱক দুজনে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ধেমাজি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলিও তেওঁ লগতে জনায়।

আনহাতে ৰে’লৱে বিভাগৰ শীৰ্ষ বিষযা এগৰাকীয় জনোৱা অনুসৰি, যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কিছু সময় পূৰ্বে সেই স্থানেৰে পাৰ হৈছিল কামৰূপ এক্সপ্ৰেছ। অৱশ্যে ৰে’লখনৰ খুন্দাতেই যুৱক দুজনৰ মৃত্যু হৈছে নে কি সেয়া নিশ্চিত নহয় ৰে’লৱে বিভাগ।

Tags: #AssamDHEMAJIRailwayRailway Tracks

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025