• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

Nation NE by Nation NE
September 4, 2025
in Top News, BIG BREAKING, অসম, ক্ৰীড়া
0 0
ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ভূমিত অনুষ্ঠিত হ’বলগীয়া আই চি চি বিশ্বকাপ মহিলা প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ উমা চেত্ৰীয়ে। আঘাতৰ বাবে সন্মানীয় প্ৰতিযোগিতাখনৰ পৰা ষ্টাৰ বেটাৰ য়াস্তিকা ভাটিয়া বাহিৰ হোৱাত অসম কন্যা উমা চেত্ৰীয়ে দলত সুযোগ লাভ কৰিলে।

৩০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলত সুযোগ পোৱা উমা চেত্ৰী হৈছে বিশ্বকাপ ক্ৰিকেটত অংশ ল’বলগীয়া প্ৰথমগৰাকী অসমীয়া খেলুৱৈ।

অসম কন্যা উমা চেত্ৰীয়ে ভাৰতৰ হৈ এইপৰ্যন্ত ৭খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিছে। অৱশ্যে তেওঁ এই পৰ্যন্ত এদিনীয়া মেচত ভাৰতৰ হৈ খেলাৰ সুযোগ লাভ কৰা নাই।

মহিলা ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবেও ভাৰতীয় দলত ভাটিয়াৰ ঠাইত অংশ ল’ব চেত্ৰীয়ে।

বিশ্বকাপৰ বাবে ভাৰতীয় মহিলা দলত উমা চেত্ৰীয়ে স্থান লাভ কৰাত অসমৰ ক্ৰিকেট অনুৰাগী যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, এই প্ৰতিযোগিতাৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব গুৱাহাটীত। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ প্ৰথমখন মেচত ভাৰতৰ মুখামুখি হ’ব শ্ৰীলংকা।

বিশ্বকাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (উপ-অধিনায়ক), প্ৰতিকা ৰাৱাল, হৰলীন দেউল, দীপ্তি শৰ্মা, জেমিয়াহ ৰড্ৰিগেছ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতি ৰেড্ডী, ৰিচা ঘোষ (উইকেট কীপাৰ), ক্ৰান্তি গাউড, অমজোত কৌৰ, ৰাধা যাদৱ, শ্ৰী চৰণি, স্নেহ ৰানা আৰু উমা চেত্ৰী।

Tags: #AssamUma ChetryWomen’s ODI World Cup

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025