• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰে’ল বাজেটত জনসাধাৰণৰ বাবে কি থাকিব? ডাঙৰ বিষয় হ’ব ৰে’ল দুৰ্ঘটনা!

Nation NE by Nation NE
July 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰে’ল বাজেটত জনসাধাৰণৰ বাবে কি থাকিব? ডাঙৰ বিষয় হ’ব ৰে’ল দুৰ্ঘটনা!

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটৰ লগতে দাখিল কৰিব ৰে’ল বাজেট। ২৩ জুলাইত কেন্দ্ৰীয় বাজেট ২০২৪-২৫ বৰ্ষৰ ভাষণৰ সময়ত ঘোষণা কৰা হ’ব ৰে’ল বাজেট।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব বাজেট ভাষণ। এইবাৰো ৰে’ল বাজেটত জনসাধাৰণৰ বহু আশা আৰু দৃষ্টি নিৱদ্ধ হৈ আছে।

কেন্দ্ৰীয় বাজেট ২০২৪ত ভাৰতীয় অৰ্থনীতিৰ তিনিটা মূল খণ্ডৰ ভিতৰত অন্যতম ৰে’ল উদ্যোগক যথেষ্ট গুৰুত্ব দিয়া হ’ব বুলি আশা কৰা হৈছে।

এইবাৰ ৰে’ল বাজেটত ভাৰতীয় ৰে’লৱেৰ টিকট সস্তা কৰি তোলা, ৰে’লৰ সংখ্যা বৃদ্ধি কৰা, যাত্ৰীৰ সুৰক্ষা আৰু ক্ষমতাৰ প্ৰতি অধিক গুৰুত্ব দিয়া, যাত্ৰা সুবিধাজনক কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি অনুমান কৰা হৈছে।

ইয়াৰ উপৰি ৰে’ল বাজেটত গ্ৰাহককেন্দ্ৰিক বিষয়সমূহক গুৰুত্ব দিয়া হ’ব। এইবাৰৰ ৰে’ল বাজেটত আটাইতকৈ ডাঙৰ বিষয় হ’ব পাৰে ৰে’ল দুৰ্ঘটনা।

২০২৪ চনৰ বাজেটত ৰে’ল খণ্ডৰ বহু দিশত বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে। ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেটত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ক ২.৫৫ লাখ কোটি টকা আবণ্টন দিয়া হৈছিল।

কিন্তু প্ৰতিবেদন অনুসৰি আগন্তুক বাজেটত এই আবণ্টন যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই আবণ্টন ৩ লাখ কোটি টকা হ’ব পাৰে, যিটো এই খণ্ডৰ বাবে এতিয়ালৈকে সৰ্বাধিক আবণ্টন হ’ব।

Tags: Nirmala SitharamanRail BudgetUnion Budget

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025