• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাৰ নতুন ‘BOSS’ ড’নাল্ড ট্ৰাম্প; সপোন সপোন হৈয়ে ৰ’ল হেৰিছৰ

Nation NE by Nation NE
November 6, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাৰ নতুন ‘BOSS’ ড’নাল্ড ট্ৰাম্প; সপোন সপোন হৈয়ে ৰ’ল হেৰিছৰ
Share on FacebookShare on TwitterWhatsApp

চাৰি বছৰৰ মূৰত পুনৰ হোৱাইট হাউছলৈ উভতি আহিল ড’নাল্ড ট্ৰাম্প। ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰম্ভিক ভোটগণনাত তেওঁ মেজিক নম্বৰ স্পৰ্শ কৰা পৰিলক্ষিত হৈছে।

যদিহে এই ধাৰা অব্যাহত থাকে তেন্তে ২০২৫ চনৰ জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ট্ৰাম্পে। নিৰ্বাচনৰ এদিন পূৰ্বে ভোটাৰসকলৰ ওচৰত কৰা শেষ আবেদনত ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ প্ৰথম পদক্ষেপ কি হ’ব সেই কথা ইংগিত দিছিল।

উল্লেখ্য যে, ৭খন ছুইং ষ্টেটত ট্ৰাম্পৰ ধুমুহা দেখা পৰিলক্ষিত হৈছে। এই সাতখন ৰাজ্যতে আগবাঢ়ি আছে ড’নাল্ড ট্ৰাম্প। কিন্তু সামগ্ৰিকভাৱে কমলা হেৰিছেও ট্ৰাম্পক কঠোৰ প্ৰত্যাহ্বান আগবঢ়াইছে। ট্ৰাম্পে ২৭০টা ইলেক্টোৰেল ভোটত আগবাঢ়ি থকাৰ বিপৰীতে কমলা হেৰিছে ২১৪টা ভোটত আগবাঢ়ি আছে।

আমেৰিকাত ৫০খন ৰাজ্য আছে আৰু ইয়াৰে অধিকাংশই প্ৰতিটো নিৰ্বাচনতে একেটা দলক ভোট দি আহিছে। কেৱল ব্যতিক্ৰম ‘ছুইং ষ্টেট’। ছুইং ষ্টেটৰূপে পৰিচিত আমেৰিকাৰ সাতখন ৰাজ্য পেনচিলভেনিয়া, মিচিগান, উইচকনচিন, জৰ্জিয়া, নেভাদা, এৰিজোনা আৰু নৰ্থ কেৰ’লিনাক ছুইং ষ্টেট বুলি কোৱা হয়।

প্ৰতিটো নিৰ্বাচনতে এই ৰাজ্যসমূহত ভোটাৰৰ প্ৰৱণতা সলনি হৈয়েই থাকে। কিন্তু এইবাৰ এই ৰাজ্যসমূহত আগবাঢ়ি আছে ট্ৰাম্প। ইয়াৰে উত্তৰ কেৰ’লিনাত ট্ৰাম্পে জয়লাভ কৰিছে। ১৯টা নিৰ্বাচনী ভোট থকা পেনচিলভেনিয়াত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা পোৱা গৈছে।

উল্লেখ্য যে, আমেৰিকাত মুঠ ৫৩৮টা ভোটৰ বাবে ভোটদান অনুষ্ঠিত হয়। ২৭০ বা তাতকৈ অধিক ভোট লাভ কৰা প্ৰাৰ্থীক নিৰ্বাচনৰ বিজয়ী ঘোষণা কৰা হয়। এই নিৰ্বাচনক ঐতিহাসিক বুলি অভিহিত কৰা হৈছে কাৰণ ইয়াক যোৱা কেইবাটাও দশকৰ ভিতৰত আটাইতকৈ কঠোৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছে।

Tags: Donald trumpKamala harrisUS President Election

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025