• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 13, 2025
29 °c
Guwahati
28 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      চলিত মাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স

      Nation NE by Nation NE
      March 12, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      চলিত মাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স
      Share on FacebookShare on TwitterWhatsApp

      আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে চলিত মাহৰ শেষৰ ফালে ভাৰতলৈ আহিব। ভাৰতীয় মূলৰ পত্নী উষা ভেন্সৰ সৈতে উপ-ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ অহাৰ সম্ভাৱনা আছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি, উপ-ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত জে ডি ভেন্সৰ এয়া হ’ব দ্বিতীয়টো বিদেশ ভ্ৰমণ।

      ভাৰত-আমেৰিকাৰ মাজত শুল্কক লৈ চলি থকা বিবাদৰ সময়তে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিব।

      আমেৰিকাৰ বাতৰি কাকত পোলিটিকোৰ প্ৰতিবেদন অনুসৰি, ভেন্সে নিজৰ পত্নী উষা ভেন্সৰ সৈতে চলিত মাহৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব। তিনিটা সূত্ৰৰ উদ্ধৃতিৰে পোলিটিকোৱে এই বাতৰি প্ৰকাশ কৰিছে।

      উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছত ভেন্সে প্ৰথম বিদেশ ভ্ৰমণ হিচাপে যোৱা মাহত ফ্ৰান্স আৰু জাৰ্মানী গৈছিল। প্ৰকাশিত বাতৰি অনুসৰি, যদিহে চলিত মাহৰ শেষৰ ফালে ভেন্স ভাৰতলৈ আহে তেন্তে সেয়া হ’ব তেওঁৰ দ্বিতীয়টো বিদেশ ভ্ৰমণ।

      উপ-ৰাষ্ট্ৰপতি ভেন্সৰ পত্নী উষা ভেন্সৰ পিতৃ-মাতৃ ক্ৰমে কৃষ চিলুকুৰী আৰু লক্ষ্মী চিলিকুৰীয়ে ১৯৭০ দশকৰ শেষৰ ফালে ভাৰত ত্যাগ কৰি আমেৰিকালৈ স্থানান্তৰ হৈছিল। উষা ভেন্স দেশৰ দ্বিতীয় মহিলা (উপ-ৰাষ্ট্ৰপতিৰ পত্নী) হিচাপে প্ৰথমবাৰৰ বাবে পৈত্ৰিক দেশ ভ্ৰমণ কৰিব।

      উল্লেখ্য যে, য়েল ল স্কুলত পঢ়াৰ সময়ত উষা আৰু জে ডি চিনাকি হৈছিল। উষা পেচাত এগৰাকী অধিবক্তা। তেওঁ য়েল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

      Tags: IndiaJD VanceUSvice president

      Related Posts

      সম্ভলৰ শ্বাহী জামা মছজিদ গোচৰৰ শুনানি, পুনৰীক্ষণৰ আবেদন সম্পৰ্কে বিতৰ্কৰ সম্ভাৱনা
      Top News

      May 13, 2025
      IMF ৰ সাহায্য লাভ কৰিও সলনি নহয় পাকিস্তানৰ অৰ্থনীতি, জানক ইয়াৰ ডাঙৰ কাৰণ…
      Top News

      IMF ৰ সাহায্য লাভ কৰিও সলনি নহয় পাকিস্তানৰ অৰ্থনীতি, জানক ইয়াৰ ডাঙৰ কাৰণ…

      May 13, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      May 13, 2025
      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!

      May 12, 2025
      পাকিস্তানী অভিনেত্ৰীৰ মুখ বন্ধ কৰিলে বলীউড অভিনেতাই, কিয় খং উঠিল এইগৰাকী অভিনেতাৰ…

      কঠোৰ ইউনুছ চৰকাৰ; হাছিনাক সমৰ্থন কৰা কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থীক নিলম্বন
      Top News

      নিষেধাজ্ঞাৰ পিছত ইউনুছ চৰকাৰলৈ আৱামী লীগৰ প্ৰতিক্ৰিয়া

      May 12, 2025

      শীৰ্ষ সংবাদ

      সম্ভলৰ শ্বাহী জামা মছজিদ গোচৰৰ শুনানি, পুনৰীক্ষণৰ আবেদন সম্পৰ্কে বিতৰ্কৰ সম্ভাৱনা

      IMF ৰ সাহায্য লাভ কৰিও সলনি নহয় পাকিস্তানৰ অৰ্থনীতি, জানক ইয়াৰ ডাঙৰ কাৰণ…

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!

      পাকিস্তানী অভিনেত্ৰীৰ মুখ বন্ধ কৰিলে বলীউড অভিনেতাই, কিয় খং উঠিল এইগৰাকী অভিনেতাৰ…

      নিষেধাজ্ঞাৰ পিছত ইউনুছ চৰকাৰলৈ আৱামী লীগৰ প্ৰতিক্ৰিয়া

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -