• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সম্ভল কাণ্ডৰ অন্যতম নায়ক মহম্মদ গুলাম কোন?

Nation NE by Nation NE
February 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সম্ভল কাণ্ডৰ অন্যতম নায়ক মহম্মদ গুলাম কোন?
Share on FacebookShare on TwitterWhatsApp

২০২৪ চনৰ ২৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ সম্ভলত সংঘটিত হয় এক হিংসাত্মক ঘটনা। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শ্বৰিক সাথা চক্ৰৰ গুৰুত্বপূৰ্ণ সদস্য মহম্মদ গুলামক গ্ৰেপ্তাৰ কৰে।

ডুবাইৰ পৰা এই হিংসাত্মক ঘটনা সংঘটিত কৰা শ্বৰিক সাথা গেঙৰ সৈতে জড়িত হৈ আছিল গুলাম। আৰক্ষীয়ে এই হিংসাত্মক ঘটনাত শ্বৰিক সাথাৰ গেং জড়িত হৈ থকা বুলি উদঙাই দি ডুবাইত এই সকলো চক্ৰান্ত ৰচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

শ্বৰিক সাথা গেঙ বিভিন্নধৰণৰ বৃহৎ অপৰাধৰ সৈতে জড়িত। আৰক্ষীৰ মতে, শ্বৰিক সাথা ডাউদ ইব্ৰাহিম গেঙৰ সৈতে জড়িত।

২০১৮ চনত জেলৰ পৰা মুক্তি পোৱাৰ পিছত ভুৱা পাছপ’ৰ্ট লৈ ডুবাইলৈ পলায়ন কৰিছিল শ্বৰিক সাথাই। সম্ভল হিংসাৰ সময়ত ৪ জনৰ প্ৰাণহানিৰ লগতে আহত হয় বহু লোক। এই হিংসাৰ সৈতে জড়িত ৭৯ জন অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে এই হিংসাত ব্যৱহৃত বিদেশী পিষ্টল আৰু কাৰ্টিজ উদ্ধাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, শ্বৰিক সাথা চক্ৰৰ পৰিকল্পনাৰে ডুবাইৰ পৰা নিৰ্দেশিত হয় এই হিংসাত্মক ঘটনা।

আৰক্ষী অধীক্ষক কৃষ্ণ কুমাৰ বিষ্ণৌই কয় যে, শ্বৰিক সাথা সম্ভল সাংসদ জিয়াউৰ ৰহমান বৰ্কৰ সুৰক্ষাত নিয়োজিত হৈ আছিল। সম্ভলৰ এই হিংসাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা গুলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গুলামৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বিদেশী পিষ্টল আৰু কাৰ্টিজ। ইয়াৰ উপৰিও গুলামে অধিবক্তা বিষ্ণু শংকৰ জৈনক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই তথ্য প্রকাশৰ পাছতে আৰক্ষীয়ে ৮০জন দুষ্কৃতিকাৰীক আটক কৰি এই হিংসাত্মক কার্যত জড়িত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে৷ সম্ভল হিংসাত বহুলোকৰ প্ৰাণহানি হোৱা আৰু আহত হোৱাৰ পিছতে আৰক্ষীয়ে এই বিষয়টো গুৰুত্বসহকাৰে লৈ বৃহৎ চক্ৰটোৰ ষড়যন্ত্ৰৰ বিষয়ে উদঙাই দিয়ে।

Tags: CrimeSambhalUttar Pradesh

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025