• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 24, 2025
30 °c
Guwahati
31 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হিন্দু নেতাৰ বিতৰ্কিত মন্তব্যই আনিব নেকি সাম্প্ৰদায়িক ব্যৱধান!

      Nation NE by Nation NE
      March 3, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      হিন্দু নেতাৰ বিতৰ্কিত মন্তব্যই আনিব নেকি সাম্প্ৰদায়িক ব্যৱধান!
      Share on FacebookShare on TwitterWhatsApp

      এগৰাকী নেতাৰ বিতৰ্কিত ভাষণৰ প্ৰভাৱ এতিয়া দেখা গৈছে এতিয়া সমগ্ৰ দেশত। ইয়াৰ পূৰ্বে দণ্ডিয়া গৰ্বা মহোৎসৱ, মহা কুম্ভকে ধৰি বহু হিন্দু উৎসৱত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছিল। এতিয়া হোলী উদযাপনতো মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে।

      দৰাচলতে উত্তৰ প্ৰদেশৰ মথুৰা জিলাত হোলী উদযাপনত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে। এই সন্দৰ্ভত দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। মথুৰাৰ সন্তসকলে স্পষ্টকৈ কৈছে যে, হোলীৰ সময়ত মুছলমানক ব্ৰজ অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এই অঞ্চলত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।

      শ্ৰী কৃষ্ণ জন্মভূমি গোচৰৰ আবেদনকাৰী দীনেশ শৰ্মা ফলাহাৰীয়ে ব্ৰজ হোলীত মুছলমানৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ দাবীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ তেজেৰে এখন পত্ৰ লিখিছে। দীনেশ শৰ্মা ফলাহাৰীয়ে কয় যে, হিন্দুসকলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ দাবী জনাই যে, হোলীৰ দৰে পৱিত্ৰ উৎসৱত মুছলমানৰ দোকান স্থাপন কৰিব নোৱাৰিব।

      তেওঁ কয় যে, হোলীৰ ৰঙত মুছলমানে বিষ মিহলাই তাত কাঁচৰ টুকুৰা দিব পাৰে, মিঠাইত বিষাক্ত মিশ্ৰণ কৰিব পাৰে। এনে মানুহক আমাৰ এই উৎসৱৰ পৰা আঁতৰাই ৰাখিব লাগে, কাৰণ তেওঁলোকে যিকোনো পৰিসৰলৈ যাব পাৰে। মক্কা-মদিনালৈ যদি হিন্দু যাব নোৱাৰে, তেন্তে হিন্দুৰ উৎসৱত কিয় হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে বুলি তেওঁ প্ৰশ্ন কৰে।

      ইয়াৰ উপৰি মথুৰাৰ সন্তসকলে কয় যে, হোলীৰ দৰে হিন্দু ধৰ্মৰ প্ৰধান উৎসৱটো চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ মথুৰালৈ আহে। এনে পৰিস্থিতিত হোলীৰ সময়ত ব্ৰজলৈ মুছলমানসকলৰ আগমন তেওঁলোকৰ বিশ্বাস আৰু ধৰ্মীয় পৰম্পৰাৰ বিৰোধী।

      Tags: HinduHOLIUttar Pradesh

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      July 24, 2025
      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      শীৰ্ষ সংবাদ

      ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ

      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist