• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এফালে সম্ভলত শান্তিপূৰ্ণভাৱে জুম্মা নামাজ, আনফালে পাকিস্তানৰ এটা মছজিদত ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
March 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এফালে সম্ভলত শান্তিপূৰ্ণভাৱে জুম্মা নামাজ, আনফালে পাকিস্তানৰ এটা মছজিদত ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ভাৰতত উদযাপন কৰা হৈছে হোলী উৎসৱ। য’ত উত্তৰ প্ৰদেশৰ সম্ভলত এফালে শান্তিপূৰ্ণভাৱে হোলী শোভাযাত্ৰা উলিওৱা হয়। আনহাতে সকলোৱে শান্তিপূৰ্ণভাৱে জুম্মাৰ নামাজ আদায় কৰিছিল যদিও চুবুৰীয়া দেশ পাকিস্তানত জুমাৰ নামাজৰ সময়ত মছজিদত সংঘটিত হয় বিস্ফোৰণ।

ৰমজান মাহ চলি আছে আৰু আজি ৰমজান মাহৰ দ্বিতীয়টো শুকুৰবাৰ। সেইদিনা পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত দক্ষিণ ৱাজিৰিষ্টানত শুকুৰবাৰৰ নামাজৰ সময়ত মছজিদত বোমা বিস্ফোৰণ ঘটে, য’ত পাকিস্তানৰ উগ্ৰ ৰাজনৈতিক দল জমিয়ত উলেমা-ই-ইছলামৰ জিলা মুৰব্বী আব্দুল্লা নাদীমৰ লগতে আন ৩জন লোক আহত হয়।

পাকিস্তানৰ সংবাদ মাধ্যমক, জিলা আৰক্ষী বিষয়া আছিফ বাহাদুৰে জনোৱা মতে, আজম ৱাৰছাক বাইপাছ ৰোডৰ মৌলানা আব্দুল আজিজ মছজিদত দিনৰ ১:৪৫ বজাত এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণ ঘটে, য’ত এই যন্ত্ৰটো মছজিদৰ চৌহদতে ৰখা হয়।

আৰক্ষী বিষয়াই জনোৱা মতে, বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় জেইউআই জিলাৰ মুৰব্বী আব্দুল্লা নাদীম। জেইউআইৰ সৈতে জড়িত আৰু ৩জন লোকো সামান্য আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে আহত ৩জনক ৰেহমানুল্লাহ, মোল্লা নূৰ আৰু শ্বাহ বেহৰাণ বুলি চিনাক্ত কৰিছে।

ডি পি অ’ বাহাদাৰে জানিবলৈ দিয়া মতে, আহত আটাইকেইজনক ততাতৈয়াকৈ জিলা সদৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে এই ঘটনাৰ আঁৰৰ কাৰণৰ তদন্ত চলি থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বেও খাইবাৰ পাখতুনখোৱাত বিশেষকৈ জুম্মাৰ নামাজৰ সময়ত মছজিদসমূহক লক্ষ্য কৰি লোৱা হৈছিল, কাৰণ জুম্মা নামাজৰ বাবে মছজিদত বৃহৎ সংখ্যক লোকৰ সমাবেশ হয়। বিগত মাহত খাইবাৰ পখতুনখোৱাৰ নৌশ্বেৰা জিলাৰ দাৰুল উলুম হাক্কানিয়া মাদ্ৰাছাত সংঘটিত বিস্ফোৰণত জেইউআই-এছৰ নেতা মৌলানা হামিদুল হক হাক্কানীকে ধৰি ৬জন লোক নিহত হোৱাৰ লগতে আহত হয় ১৫জন।

ইয়াৰ পূৰ্বেও ২০২৩ চনৰ ৩০ জানুৱাৰীত পেছাৱৰৰ ৰেড জ’ন অঞ্চলৰ এটা মছজিদত বিস্ফোৰণ ঘটে। বিষয়াসকলে জনাই যে, এই বিস্ফোৰণত কমেও ৫৯ জন লোক নিহত হোৱাৰ বিপৰীতে ১৫৭ জন আহত হয়।

Tags: NamazSambhalUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025