• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চম্ভল কাণ্ডৰ তদন্তৰ দাবী চি বি আইৰ, উচ্চ ন্যায়ালয়ত দাখিল আবেদন

Nation NE by Nation NE
November 29, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ চম্ভল জিলাত দেওবাৰে অৰ্থাৎ ২৪ নৱেম্বৰত শ্বাহী জামা মছজিদৰ জৰীপৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে।

এই হিংসাত চাৰিজনৰ প্ৰাণহানি হয়। এই বিষয়ত এলাহাবাদ উচ্চ ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে। এই আবেদনত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত চিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আৱেদনখনত কালেক্টৰ আৰু এছ পিৰ লগতে সংশ্লিষ্ট বিষয়াসকলৰ ভূমিকা সন্দৰ্ভতো তদন্তৰ দাবী উত্থাপন কৰা হৈছে।

অধিবক্তা ইমৰাণ উল্লাহ আৰু বিনীত বিক্ৰমৰ জৰিয়তে আনন্দ প্ৰকাশ তিৱাৰী নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এই আৱেদনত সম্ভলৰ জামা মছজিদৰ জৰীপৰ পৰা এতিয়ালৈকে সম্পূৰ্ণ তদন্ত কৰিব লাগে বুলিও দাবী উত্থাপন কৰা হৈছে।

ইয়াৰ লগতে উচচ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলে এই ঘটনাত মোৰাদাবাদ মণ্ডলৰ বিভাগীয় আয়ুক্ত, সম্ভলৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষক আৰু অন্যান্য বিষয়াৰ ভূমিকাৰ তদন্তৰ দাবী উত্থাপন কৰিছে।

আবেদনখনত প্ৰশাসনিক গাফিলতি আৰু এই হিংসাত স্থানীয় বিষয়াৰ ভূমিকাৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ভৱিষ্যতে ধৰ্মীয় স্মৃতিসৌধ বা স্থানৰ জৰীপত সহযোগিতাৰ বাবে জিলা বিষয়াসকলৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনাৱলী প্ৰস্তুত কৰিবলৈও দাবী উত্থাপন কৰা হৈছে।

২৪ নৱেম্বৰত এজন অধিবক্তা আয়ুক্তৰ নেতৃত্বত এটা দলে মোগল যুগৰ জামা মছজিদৰ জৰীপ চলোৱাৰ পিছতে সম্ভালত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় আদালতৰ নিৰ্দেশত এই সমীক্ষা চলোৱা হৈছিল।

যোৱা দেওবাৰে মছজিদ পুনৰ জৰীপ কৰাৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সময়ছোৱাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত চাৰিজনৰ প্ৰাণহানি হোৱাৰ লগতে ২৫জন লোক আহত হয়।

যদিও বৰ্তমানৰ পৰিস্থিতি প্ৰায় স্বাভাৱিক হৈ পৰিছে, তথাপিও মছজিদৰ সমীপৰ বজাৰসমূহৰ ব্যৱসায়ীসকলে এই ঘটনাৰ পিছতেই যথেষ্ট লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰে। মছজিদৰ পৰা ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত বুলিয়ন বজাৰত অৱস্থিত বুলিয়নৰ দোকানৰ মালিকসকলে সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে।

চম্ভলৰ সকলো স্পৰ্শকাতৰ স্থানত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। কেৱল সম্ভলতে নহয়, মোৰাদাবাদ সংমণ্ডলৰ পাঁচোখন জিলাতে সতৰ্কতা বজাই ৰখা হৈছে। দেওবাৰে সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ফলত কিমান ক্ষয়-ক্ষতি হৈছে সেয়াও জানিব পৰা হৈছে।

দেওবাৰে সংঘটিত এই হিংসাত্মক ঘটনাৰ পিছৰে পৰা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আহিছে সমগ্ৰ বিষয়টোত আৰক্ষীয়ে ৭টা গোচৰ পঞ্জীয়ন কৰি এতিয়ালৈকে ৩১জন লোকক গ্ৰেপ্তাৰ কৰিছে। য’ত বহু মহিলাকো অন্তৰ্ভুক্ত কৰি লোৱা হৈছে।

Tags: IndiaSambhalUttar Pradesh

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025