• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২ ঘণ্টাৰ পাহাৰীয়া পথ, হঠাতে হয় এটা জোকাৰণি! লগে লগে এখন বাছ পৰি যায় ২০০ মিটাৰ দ’ খাৱৈত

Nation NE by Nation NE
November 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
২ ঘণ্টাৰ পাহাৰীয়া পথ,  হঠাতে হয় এটা জোকাৰণি! লগে লগে এখন বাছ পৰি যায় ২০০ মিটাৰ দ’ খাৱৈত
Share on FacebookShare on TwitterWhatsApp

পাহাৰৰ উপত্যকা, গছ-গছনি আৰু নদী। এই দৃশ্যবোৰ দেখি উত্তৰাখণ্ডৰ আলমোৰাত বাছেৰে যাত্ৰা কৰি আছিল ৪২ গৰাকী যাত্ৰী। কিন্তু যাত্ৰাৰ মাত্ৰ ৩০ মিনিটৰ পাছত হঠাতে বাছখনত হয় এক জোকাৰণি। চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ২০০ মিটাৰ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ৩৬ গৰাকী যাত্ৰী মৃত্যুমুখত হয়। একে সময়তে গুৰুতৰভাৱে আহত তিনিগৰাকী যাত্ৰীক বিমানেৰে লৈ যোৱা হয়।

যাত্ৰীসহ এই বাছখন কিনাথৰ পৰা ৰামনগৰলৈ গৈ আছিল। কিনাথৰ পৰা ৰামনগৰলৈ দূৰত্ব প্ৰায় ৫৪ কিলোমিটাৰ। কিন্তু পাহাৰীয়া পথৰ বাবে বাছ চালকসকলে প্ৰায় দুঘণ্টাত যাত্ৰা সম্পূৰ্ণ কৰে। কিনাথৰ পৰা ৪২ গৰাকী যাত্ৰী লৈ মাৰ্চুলালৈ গৈছিল বাছখন। ইফালে হঠাতে এক জোকাৰণি পাই বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বাগৰি পৰে দ’ খাৱৈত।

লগে লগে পথচাৰীসকলে এই দুৰ্ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে। স্থানীয় থানাৰ পৰা আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত। এছডিআৰএফ আৰু এনডিআৰএফৰ দলকো এই বিষয়ে অৱগত কৰে বিষয়াসকলে। উদ্ধাৰকাৰী দলটোৱে সেই স্থানত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে বাছখনে কেইবাটাও খুন্দা মাৰি খাৱৈত পৰে। উদ্ধাৰকাৰী দলে বাছখনৰ পৰা ইতিমঝ্যে যাত্ৰীসকলক উলিয়াই আনিছে, ইয়াৰে ২২ জনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১৪ জনৰ চিকিৎসালয়ত মৃত্যু হয়।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই দুৰ্ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে, পৌৰী আৰু আলমোৰাৰ নিজ নিজ অঞ্চলত ARTO বলবৎকৰণ স্থগিত ৰখাৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী ধামীয়ে মৃতকৰ পৰিয়ালৰ সদস্যসকলক ৪ লাখকৈ আৰু আহতসকলক ১ লাখকৈ টকা দিবলৈ নিৰ্দেশ দিছে।

Tags: #AccidentBusUttarakhand

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025