• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

RCBৰ জয়ৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল বিজয় মালিয়াৰ এটা বিশেষ টুইট

Nation NE by Nation NE
March 23, 2025
in Top News, ক্ৰীড়া
0 0
RCBৰ জয়ৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল বিজয় মালিয়াৰ এটা বিশেষ টুইট
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা আই পি এলৰ ১৮ সংখ্যক ছিজনৰ প্ৰথমখন মেচত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বিজয়ী হয় ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ২২টা বল বাকী থাকোতেই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ এই চমকপ্ৰদ প্ৰদৰ্শনৰ পিছতে দলটোৰ প্ৰাক্তন স্বত্তাধিকাৰী বিজয় মালিয়াই ছ’চিয়েল মিডিয়াযোগে কৰা এটা প’ষ্ট ব্যাপক ৰূপত ভাইৰেল হ’বলৈ ধৰিছে।

বিত্তীয় কেলেংকাৰী সংঘটিত কৰি ভাৰত ত্যাগ কৰা বিজয় মালিয়াই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে এটা প’ষ্ট শ্বেয়াৰ কৰি আৰ চি বিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ টুইটটোত লিখিছে, ‘কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চমকপ্ৰদ জয়ৰ বাবে আৰ চি বিলৈ অভিনন্দন। শুনি ভাল লাগিল যে অৱশেষত ধাৰাভাষ্যকাৰসকলে কৈছে যে আৰ চি বিয়ে ভাল বলিং কৰিছিল।’

আই পি এলৰ ২০০৮ চনৰ পৰা ৮টা ছিজনলৈকে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ ফ্ৰেঞ্চাইজিৰ মালিক বিজয় মালিয়াই আৰ্থিক অপৰাধৰ বাবে ইউনাইটেড কিংডমত বসবাস কৰি আছে। ইফালে প্ৰায় এটা দশক ধৰি ভাৰত চৰকাৰে তেওঁক নিজ দেশলৈ ঘূৰাই আনিবলৈ চেষ্টা চলাই আহিছে।

উল্লেখ্য যে, বিজয় মালিয়াৰ বিৰুদ্ধে ভাৰতীয় ষ্টেট বেংককে ধৰি এক ডজনৰো অধিক ভাৰতীয় বেংকৰ পৰা ৯ হাজাৰ কোটিৰো অধিক মূল্যৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ আছে। ২০১৬ চনত দেশ এৰাৰ পূৰ্বে বিজয় মালিয়া সংসদৰ সদস্যও আছিল।

Tags: RCBSocial MediaVijay Mallya

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

শীৰ্ষ সংবাদ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025