• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
29 ° Tue
29 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আই পি এল ইতিহাসত আন এক বিৰল অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী

      Nation NE by Nation NE
      May 4, 2025
      in Top News, ক্ৰীড়া
      0 0
      আই পি এল ইতিহাসত আন এক বিৰল অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী
      Share on FacebookShare on TwitterWhatsApp

      বিগত বছৰ সমূহৰ দৰে আই পি এলৰ চলিত ছিজনতো দুৰ্দান্ত ফৰ্ম অব্যাহত আছে মডাৰ্ণ ডে’ ক্ৰিকেটৰ কিম্বদন্তী বিৰাট কোহলীৰ। ৩ মে’ অৰ্থাত শনিবাৰে অনুষ্ঠিত ১৮ সংখ্যক ছিজনৰ ৫২ সংখ্যক মেচখনতো অব্যাহত থাকিল কোহলীৰ বেটৰ যাদু।

      শনিবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত কোহলীয়ে ৩৩টা বলত ৬২ ৰানৰ ইনিংছ খেলে। এই দৰ্শনীয় ইনিংছৰ জৰিয়তে কোহলীয়ে চলিত ছিজনতো সম্পূৰ্ণ কৰিলে ৫০০ ৰানৰ সংখ্যা। এতিয়ালৈকে খেলা ১১ খন মেচত তেওঁ সংগ্ৰহ কৰিছে ৫০৫ ৰান। সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তেওঁ আছে শীৰ্ষ স্থানত।

      চলিত ছিজনত ৫০০ ৰানৰ সংখ্যা অতিক্ৰম কৰাৰ লগে লগে কোহলীৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ। আই পি এল ছিজনত সৰ্বাধিকবাৰ ৫০০ ৰানৰ সংখ্যা অতিক্ৰম কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হয় কোহলী।

      আই পি এল ছিজনত সৰ্বাধিকবাৰ ৫০০ ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰ

      ৮ বাৰ- বিৰাট কোহলী- ভাৰত

      ৭ বাৰ- ডেভিড ৱাৰ্নাৰ- অষ্ট্ৰেলিয়া

      ৬ বাৰ- কে এল ৰাহুল- ভাৰত

      ৫ বাৰ- শিখৰ ধাৱান- ভাৰত

      উল্লেখ্য যে, চেন্নাইৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনতেই বিৰাট কোহলীয়ে আই পি এল কেৰিয়াৰৰ ৬২ সংখ্যকো অৰ্ধশতক সম্পূৰ্ণ কৰে। এই মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ২ ৰানত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয়।

      Tags: David WarnerIPL 2025IPL RecordVirat Kohli

      Related Posts

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য
      Top News

      September 8, 2025
      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025

      শীৰ্ষ সংবাদ

      সোণৰ দাম আকাশলংঘী, বিগত তিনি সপ্তাহৰ পৰা দ্ৰুতগতিত বৃদ্ধি সোণৰ মূল্য

      কৰ্কট ৰোগৰ বিৰুদ্ধে নতুন সফলতা ৰাছিয়াৰ! বিজ্ঞানীসকলৰ দাবী…

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist